DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধলাৰ গণহত্যা : বিধায়ক শিলাদিত্য দেবৰ বিৰুদ্ধে দিচপুৰ থানাত গোচৰ আৰ টি কৰ্মীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 3, 2018 9:37 am
Siladitya-570x320

শিলাদিত্য দেব। ফাইল ফটো

322
VIEWS
Share on FacebookShare on Twitter

ধলাৰ গণহত্যাৰ পাছত বিভিন্ন দল-সংগঠনে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বিভিন্নজনে বিভিন্ন সময়ত দি অহা উচটনিমূলক মন্তৱ্য দি অহাৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলিও বহুতেই দাবী কৰিছে।

ইতিমধ্যে এই ঘটনাৰ পাছতে আলোচনাপন্থী আলফা নেতা মৃনাল হাজৰিকা আৰু জিতেন দত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। শেহতীয়াকৈ বঙালী সম্প্ৰদায়ৰ বিৰুদ্ধে উচটনিমূলক মন্তৱ্য কৰাৰ অভিযোগতে গ্ৰেপ্তাৰ কৰা হৈছে।

আনহাতে, একে সময়তে বিভিন্ন সময়ত সাম্প্ৰদায়িক আৰু উচটনিমূলক মন্তৱ্য দি অহা শিলাদিত্য দেবক গ্ৰেপ্তাৰ কৰাৰ বাবেও বিভিন পক্ষই দাবী উত্থাপন কৰিছে। চৰকাৰে এই ক্ষেত্ৰত পক্ষপাতিত্বমূলক আচৰণ কৰাৰো অভিযোগ উঠিছে।

ইয়াৰ মাজতে শুকুৰবাৰে বিধায়ক শিলাদিত্য দেবৰ বিৰুদ্ধে দিচপুৰ থানাত  এজাহাৰ দাখিল কৰিছে আৰ টি আই কৰ্মী দুলাল বৰাই। এজাহাৰত বৰাই ধলাত সংঘটিত হত্যাকাণ্ডৰ বাবে শিলাদিত্য দেব জগৰীয়া বুলি অভিযোগ কৰিছে।

আনহাতে, সংবাদ মাধ্যমৰ আগত বৰাই কয় যে শিলাদিত্য দেবে এন আৰ চি হোৱাটো নিবিচাৰে কিয়নো তেওঁৰ নাম খচৰাত নাই।

আলোচনাপন্থী আলফা নেতা জিতেন দত্ত আৰু মৃণাল হাজৰিকাৰ দৰে শিলাদিত্য দেবকো গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় আৰ টি আই কৰ্মীজনে।

ইপিনে দুলাল বৰাই কয় যে এপিএছচি কেলেংকাৰিত সাংসদ আৰ পি শৰ্মাৰ কন্যাৰ গ্ৰেপ্তাৰত মুখ্যমন্ত্ৰীয়ে যি ভূমিকা লৈছিল শিলাদিত্য দেবৰ ক্ষেত্ৰতো সেই ভূমিকা ল’ব লাগে।

Recent News

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হ‘ল হাইস্কুল টে’ট পৰীক্ষা ব্যাপক ফলাফল বিসংগতি: ডি ৱাই এফ আই

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

চাপৰৰ ধীৰ বিলত ভয়ংকৰ নাওঁ দুৰ্ঘটনা, শিশুসহ মহিলাৰ মৃত্যু

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

শ্বীনা বৰা হত্যাকাণ্ড: সাত বছৰৰ মূৰত মুকলি আকাশৰ তললৈ ইন্দ্ৰাণী মুখাৰ্জী

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

NRC ৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd