• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সলনি হ’ল যান-বাহন পঞ্জীয়নৰ সৈতে জড়িত নিয়ম; এইসকল লোকৰ হ’ব লাভ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 24, 2020 2:15 pm
auto-news-12_060420084358-new-750x375

প্ৰতিনিধিত্বমূলক ফটো।

23.5k
VIEWS
Share on FacebookShare on Twitter

এতিয়া বাহনৰ পঞ্জীয়নৰ নথিত মালিকী স্বত্ত্ব বা গৰাকীৰ তথ্য বিশদভাৱে দিব লাগিব। কেন্দ্ৰীয় চৰকাৰে যান-বাহন নিয়মৰ সংশোধন কৰি ইয়াৰ অধিসূচনা জাৰি কৰিছে। অৰ্থাৎ এতিয়াৰে পৰা নতুন নিয়ম প্ৰয়োগ কৰি দিছে।

পথ পৰিবহন তথা ঘাইপথ মন্ত্ৰ্যালয়ে এক বিবৃতিত কয়,’’কেন্দ্ৰীয় যান-বাহন নিয়ম ১৯৮৯ৰ ফৰ্ম ২০ত সংশোধনৰ বাবে ২২অক্টোবৰ ২০২০ত অধিসূচনা জাৰি কৰা হৈছে, যাতে বাহনৰ পঞ্জীয়নৰ সময়ত গৰাকী স্বত্ত্বৰ বিৱৰণ স্পষ্ট ৰূপত অন্তৰ্ভুক্ত হয়। এইটো দিব্যাংগসকলৰ বাবে বিশেষ লাভদায়ক হ’ব।‘’

বিবৃতিটোত স্পষ্ট কৰি কোৱা হৈছে যে এতিয়া নথিত স্বায়ত্ব পৰিষদ, কেন্দ্ৰীয় চৰকাৰ, ধৰ্মীয় ট্ৰাষ্ট, ড্ৰাইবিং প্ৰশিক্ষণ স্কুল, দিব্যাংগ লোক, শৈক্ষিক প্ৰতিষ্ঠান, স্থানীয় প্ৰাধিকৰণ, আৰক্ষী বিভাগ আদিৰ দৰে শ্ৰেণীসমূহৰ অধীনত গৰাকীৰ বিৱৰণৰ স্পষ্ট উল্লেখ থাকিব।

চৰকাৰৰ মতে, এই পদক্ষেপে দিব্যাংগ ব্যক্তিসকলক সহায় কৰিব। প্ৰকৃততে, যান-বাহনৰ ক্ৰয়/মালিকানা/যাতায়তৰ বাবে চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত দিব্যাংগসকলক জিএছটি আৰু আন ৰেহাইৰ সুবিধা প্ৰদান কৰা হৈছে। এই সংশোধনৰ জৰিয়তে তেওঁলোকে এই সুবিধা প্ৰকৃততে লাভ কৰাটো নিশ্চিত হৈ পৰিব।

বিগত দিনত পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ দৃষ্টিলৈ আহিছিল যে লোকসকলে গাড়ীৰ পঞ্জীয়নত মালিকী স্বত্ত্ব সঠিকধৰণে দাঙি নধৰে। ইয়াৰ বাবে দিব্যাংগসকলক ৰেহাই দিয়াৰ ক্ষেত্ৰত বহুত অসুবিধাৰ সৃষ্টি হৈছে।

এতিয়া চৰকাৰৰ নতুন নিয়মত এই অসুবিধা দূৰ কৰাৰ চেষ্টা চলোৱা হৈছে।

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd