• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে শিৱসাগৰত ‘সংহতি দৌৰ’

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , November 1, 2018 7:06 am

1 min read

IMG-20181031-WA0002

ফটো : নৰ্থ-ইষ্ট নাও

229
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা ক্ৰীড়া বিষয়াৰ কাৰ্য্যালয়ৰ সহযোগত চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৩ তম জন্মদিৱসৰ লগত সংগতি ৰাখি পালন কৰা  ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ‘সংহতি দৌৰ’ ৰ আয়োজন কৰা হয়।

পুৱা জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ চৌহদৰ পৰা আৰম্ভ হোৱা ‘সংহতি দৌৰ’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই। ‘সংহতি দৌৰ’ত জিলা উপায়ুক্তৰ লগতে উপস্থিত থাকে জিলাৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল, জিলা উন্নয়ন আয়ুক্ত নৱাব আলহাজ আলি, বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে বহুকেইখন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ- ছাত্ৰী।

আনহাতে ইয়াৰ উপৰি বুধবাৰে জিলা প্ৰশাসনৰ উদ্যোগত উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা ভৱনত ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীৰ মৃত্যু দিৱস উপলক্ষে “ৰাষ্ট্ৰীয় সংকল্প দিৱস” কাৰ্যসূচী অনুষ্ঠিত হয়।

এই সংকল্প দিৱস উপলক্ষে অনুষ্ঠিত এখন সভাত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই বিভন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী সকলক ৰাষ্ট্ৰীয় সংকল্প দিৱসৰ শপত বাক্য পাঠ কৰায়।

Recent News

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

জখলাবন্ধাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত বাইক আৰোহী

Coronavirus-Test-

অবিশ্বাস্য! বিগত ৫মাহত ৩১ বাৰ কৰ’না পজিটিভ এইগৰাকী মহিলা

অ’জন স্তৰৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ আৰ্থ প্ৰোগ্ৰেমে শীঘ্ৰেই মুকলি কৰিব মোবাইল গেইম

অ’জন স্তৰৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰসংঘৰ আৰ্থ প্ৰোগ্ৰেমে শীঘ্ৰেই মুকলি কৰিব মোবাইল গেইম

VideoCapture_20210123-074110

পুৰণিগুদামত নিশা দুৰ্ঘটনাগ্ৰস্ত তীৰ্থযাত্ৰীৰ বাছ; আহত প্ৰায় কুৰি জনৰো অধিক তীৰ্থযাত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd