• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ইৰাণৰ সৈতে ৰাছিয়াৰ পাৰমাণৱিক সহযোগিতা: পুটিনৰ ঘোষণাই বিশ্ব ৰাজনীতিত নতুন উত্তেজনাৰ সূচনা কৰিছে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2025 3:01 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব ৰাজনীতিত পুনৰ উত্তেজনাময় পৰিস্থিতিৰ সূচনা হৈছে। শেহতীয়াকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ঘোষণা কৰিছে যে মস্কোৱে ইৰাণক ইউৰেনিয়াম সমৃদ্ধিৰ ক্ষেত্ৰত সহায় আগবঢ়াইছে আৰু আগলৈও সহযোগিতা অব্যাহত ৰাখিব। ইজৰাইল-ইৰাণৰ মাজত উদ্ভৱ হোৱা সংকটৰ পটভূমিত এই ঘোষণাই বিশ্বত উদ্বেগৰ সৃষ্টি কৰিছে।

ৰাছিয়াৰ সংবাদ মাধ্যমৰ আগত পুটিনে স্পষ্টভাৱে কয় – “আমি আমাৰ ইৰাণী অংশীদাৰৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি আছো। ইৰাণৰ বুশ্বেহৰ চহৰত প্ৰায় ৬০০ ৰাছিয়ান বিশেষজ্ঞ কাৰ্যৰত আছে। আমি এই কাৰ্যসূচী পৰিত্যাগ কৰা নাই।”

Apply Now

পুটিনে লগতে জানিবলৈ দিয়ে যে ইৰাণে ৰাছিয়াৰ পৰা কোনো নতুন সহায় বিচাৰিছে বুলি নহয়, কিন্তু ৰাছিয়া নিজেই শান্তিপূৰ্ণ উদ্দেশ্যৰে সহায় আগবঢ়াইছে। তেখেতে ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা উত্তেজনাৰ মাজত শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে ক্ৰেমলিনক মধ্যস্থতাৰ প্ৰস্তাৱো আগবঢ়ায়। তেওঁ কয় – “ইৰাণ আৰু ইজৰাইলে ইচ্ছা কৰিলে শান্তিচুক্তিত উপনীত হ’ব পাৰে, য’ত ইৰাণে শান্তিপূৰ্ণ কাৰ্যসূচী অব্যাহত ৰাখিব আৰু ইজৰাইলৰ নিৰাপত্তাও নিশ্চিত হ’ব।”

এই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাছিয়াই আমেৰিকা আৰু ইজৰাইলৰ সৈতে আলোচনাও আৰম্ভ কৰিছে বুলি পুটিনে সদৰী কৰে। লগতে ইৰাণকো শান্তিচুক্তিৰ প্ৰস্তাৱ দিয়া হৈছে।

ইয়াৰ মাজতে স্পষ্ট হৈ পৰিছে যে ইৰাণ আৰু ইজৰাইলৰ মাজৰ বৈৰিতা কেৱল ৰাজনৈতিক নহয়, বৰং ধৰ্মীয় আৰু সাংস্কৃতিক গভীৰতাও বহন কৰে। ইজৰাইল আৰু পশ্চিমী বিশ্বই সন্দেহ কৰিছে যে ইৰাণে শান্তিপূৰ্ণ উদ্দেশ্যৰ নামত গোপনে পাৰমাণৱিক অস্ত্ৰ উন্নয়নৰ দিশে আগবাঢ়ি আছে। যদিও সকলোৰে সন্মুখত তেহৰানে দাবী কৰিছে যে তেওঁলোকে মানৱীয় কল্যাণ আৰু বিদ্যুৎ উৎপাদনৰ বাবে ইউৰেনিয়ামৰ মজুত বৃদ্ধি কৰিছে। ৰাছিয়াৰ মুখতো একে সুৰ শুনা যায়। তেওঁলোকে দাবী কৰে যে মস্কো ইৰাণৰ শান্তিপূৰ্ণ পাৰমাণৱিক কাৰ্যসূচীৰ অংশীদাৰ। অৱশ্যে আমেৰিকাই তেওঁলোকৰ দাবী মানি ল’বলৈ অনিচ্ছুক। স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে তেওঁলোক ইৰাণৰ পাৰমাণৱিক শক্তিৰ মজুত বৃদ্ধিৰ পৰিকল্পনাৰ বিৰোধী। যদি প্ৰয়োজন হ’য় আমেৰিকাই আক্ৰমণ কৰিব বুলি সকীয়াই দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd