DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইউক্ৰেইনত প্ৰথমবাৰৰ বাবে হাইপাৰচনিক মিছাইল ব্যৱহাৰ কৰিলে ৰাছিয়াই

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 20, 2022 6:16 am
ইউক্ৰেইনত প্ৰথমবাৰৰ বাবে হাইপাৰচনিক মিছাইল ব্যৱহাৰ কৰিলে ৰাছিয়াই
226
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়াই ইউক্ৰেইনত প্ৰথমবাৰৰ বাবে অতি বিধ্বংসী কিঞ্জাল হাইপাৰচনিক মিছাইল ব্যৱহাৰ কৰিছে।

এই মিছাইল ব্যৱহাৰ কৰি ৰাছিয়াই ইউক্ৰেইনৰ পশ্চিম অংশত থকা এটা অস্ত্ৰ ভাণ্ডাৰ ধ্বংস কৰিছে। এই দাবী কৰিছে ৰাছিয়াই।ৰাছিয়াৰ ইণ্টাৰফেক্স সংবাদ সংস্থাই ৰাছিয়াৰ চৰকাৰৰ উদ্ধৃতি দি প্ৰকাশ কৰা মতে ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনলৈ সৈন্য প্ৰেৰণ কৰাৰ পিছত ৰাছিয়াই প্ৰথমবাৰৰ বাবে হাইপাৰচনিক কিঞ্জাল মিছাইল প্ৰয়োগ কৰিলে।

এই মিছাইলে ইউক্ৰেইনৰ ইভানো-ফ্ৰেঙ্কিভস্ক অঞ্চলৰ ডেলিয়াটিন গাঁৱত ভূগৰ্ভস্থ অস্ত্ৰ ভাণ্ডাৰ এটা ধ্বংস কৰে।

ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ ইগৰ কোনাশেনকভে শনিবাৰে এই কথা নিশ্চিত কৰিছে। ইভানো-ফ্ৰেঙ্কিভস্কৰ অঞ্চলটোত নাটো বাহিনীৰ সদস্যও থকা বুলি ধাৰণা কৰা হৈছে।

ৰাছিয়াৰ মিছাইল প্ৰতিৰোধী জাহাজৰ পৰা এই শক্তিশানী মিছাইলবিধ মাৰি পঠিওৱা হয়।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ কাৰ্যালয়ে ৰাছিয়াৰ এনে আক্ৰমণক অমানৱীয় আখ্যা দিছে।

ৰাছিয়া ইউক্ৰেইনৰ মাজত যুদ্ধ লগাৰ পিছতে ৰাছিয়াই কেইবা বিধো নতুন অস্ত্ৰ ইউক্ৰেইনৰ বিৰুদ্ধে প্ৰয়োগ কৰিছে। ইয়াৰ ভিতৰত অতি বিধ্বংসী কেতবোৰ বোমাও আছে।

ৰাছিয়াৰ সেনাই আপ্ৰাণ চেষ্টা চলোৱাৰ পিছতো ইউক্ৰেইনৰ ৰাজধানী কিয়েভ নিজৰ দখললৈ নিবলৈ সক্ষম হোৱা নাই।

এই যুদ্ধত কিমান হাজাৰ লোকৰ মৃত্যু ঘটিছে সেয়াও এতিয়াও সঠিককৈ ক’ব পৰা হোৱা নাই।

Recent News

Rajya Sabha Secretariat

দুবছৰ বিৰতিৰ পাছত ৰাজ্যসভা সচিবালয়ত উপস্থিতিৰ প্ৰামাণিকৰ বাবে পুনৰ বায়োমেট্ৰিক পদ্ধতি

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ; শিৱসাগৰত প্ৰতিবাদত নামিল আছু

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ; শিৱসাগৰত প্ৰতিবাদত নামিল আছু

বঙাইগাঁও জিলা অতিৰিক্ত ( ঠিকাভিত্তিক) শিক্ষক সন্থাৰ সভা সম্পন্ন

বঙাইগাঁও জিলা অতিৰিক্ত ( ঠিকাভিত্তিক) শিক্ষক সন্থাৰ সভা সম্পন্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd