• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চন্দ্ৰপৃষ্ঠত পানীৰ সন্ধানত এইবাৰ চন্দ্ৰলৈ মহাকাশযান প্ৰেৰণ কৰিবলৈ সাজু ৰাছিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2023 7:28 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াই ৪৭ বছৰৰ পাছত পুনৰ চন্দ্ৰলৈ এখন মহাকাশযান প্ৰেৰণৰ সিদ্ধান্ত লৈছে। চন্দ্ৰপৃষ্ঠত ভৱিষ্যতে বসতি স্থাপনৰ বাবে পানীৰ সন্ধানত দেশখনে দক্ষিণ মেৰুলৈ প্ৰেৰণ কৰিব মহাকাশযানখন। সকলো ঠিকে থাকিলে কাইলৈ ​​অৰ্থাৎ শুকুৰবাৰে সংস্থাটোৱে নিজা মহাকাশযান চন্দ্ৰলৈ প্ৰেৰণ কৰিব।

কিন্তু মহাকাশযানখন আগতেই উৎক্ষেপণৰ কথা আছিল। কেইবাবাৰো পলম হোৱাৰ পিছত দেশখনে নিজা মহাকাশযান ব্যৱহাৰ কৰি চন্দ্ৰ অভিযান পৰিচালনা কৰিছে। বিগত ৫০ বছৰৰ ভিতৰত এয়া হ’ব ৰাছিয়াৰ প্ৰথম চন্দ্ৰ অভিযান। ১৯৭৬ চনত দেশখনে চন্দ্ৰলৈ শেষ অভিযান চলাইছিল।

ৰস্কচমছৰ এক বিবৃতি অনুসৰি অহা ১১ আগষ্টত লুনা-২৫ নামৰ মহাকাশযানখন উৎক্ষেপণ কৰা হ’ব। এই মহাকাশযানখনে মাটিৰ পৰীক্ষাৰ পৰা আৰম্ভ কৰি চন্দ্ৰৰ ওপৰত দীৰ্ঘম্যাদী বৈজ্ঞানিক গৱেষণা চলাব।

Apply Now

বহুদিনৰ মূৰত প্ৰথমটো উৎক্ষেপণৰ লগতে চন্দ্ৰলৈ ৰাছিয়াৰ এই অভিযান ৰাজনৈতিকভাৱেও তাৎপৰ্যপূৰ্ণ। কিয়নো পূৰ্বে দেশখনে মহাকাশ অভিযানৰ ক্ষেত্ৰত ইউৰোপীয় মহাকাশ সংস্থাৰ সহযোগিতা লাভ কৰাৰ সুযোগ পাইছিল।

কিন্তু ৰাছিয়াই এই অভিযানত ইউৰোপীয় মহাকাশ সংস্থাৰ কোনো সঁজুলি বা সহযোগিতা ব্যৱহাৰ কৰা নাই। কাৰণ ইউৰোপীয় সংগঠনটোৱে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে ৰস্কোচমছৰ সৈতে সকলো সম্পৰ্ক বিচ্ছিন্ন কৰি পেলাইছে।

সম্পৰ্ক বিচ্ছিন্ন কৰাৰ পিছত ৰাছিয়াই কৈছিল যে ইউৰোপীয় মহাকাশ সংস্থাৰ সহযোগিতা অবিহনে দেশখনে কাম-কাজ অব্যাহত ৰাখিব পাৰিব। ইউৰোপীয় সংস্থাটোৰ সঁজুলিৰ পৰিৱৰ্তে নিজৰ সঁজুলি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিব।

চন্দ্ৰ অভিযানৰ বাবে নিৰ্মিত লুনা-২৫ তাৰেই প্ৰমাণ। ইয়াত ৰাছিয়াত নিৰ্মিত সকলো সঁজুলি ব্যৱহাৰ কৰা হয়। মহাকাশযানখনৰ ওজন প্ৰায় ৮০০ কিলোগ্ৰাম।

চন্দ্ৰলৈ অভিযানৰ বাবে সাধাৰণতে মহাকাশযান বিষুৱৰেখাত অৱতৰণ কৰে, যিটো চন্দ্ৰৰ আটাইতকৈ পৰিচিত স্থান। কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম হ’ব ৰাছিয়াৰ লুনা-২৫। এই মহাকাশযানখন চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব।

ৰস্কোচমছৰ মতে, মস্কোৰ পৰা ৫৫৫০ কিলোমিটাৰ পূবে অৱস্থিত ভষ্টকনি কচমড্ৰম মহাকাশ বন্দৰৰ পৰা এই মহাকাশযানখন উৎক্ষেপণ কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd