• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কিয়েভত ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ধ্বংস কৰিলে ভাৰতীয় ঔষধ কোম্পানীৰ গুদাম, পৰিকল্পিত আক্ৰমণৰ অভিযোগ ইউক্ৰেইনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 13, 2025 11:36 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউক্ৰেইনত থকা এটা ভাৰতীয় কোম্পানীৰ ঔষধ গুদাম ৰাছিয়াৰ ক্ষেপণাস্ত্ৰৰ দ্বাৰা ধ্বংস হৈছে। শনিবাৰে কিয়েভে এক বিবৃতিত এই তথ্য ৰাজহুৱা কৰে। ইউক্ৰেইনত থকা ব্ৰিটিছ ৰাষ্ট্ৰদূত মাৰ্টিন হেৰিছে এই আক্ৰমণৰ পাছতে ক্ষতিগ্ৰস্ত গুদামটোৰ ফটো প্ৰকাশ কৰা হৈছে।

এই কাণ্ডৰ পাছতে ভাৰতত থকা ইউক্ৰেইনৰ দূতাবাসে  এক্স হেণ্ডেলত এক বিবৃতি প্ৰকাশ কৰি কয় যে, “আজি ৰাছিয়াই ইউক্ৰেইনৰ ভাৰতীয় ঔষধ কোম্পানী কুসুমৰ গুদামত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলালে।তেওঁলোকে ভাৰতৰ সৈতে ভাল সম্পৰ্ক থকা বুলি দাবী কৰে, তথাপিও তেওঁলোকে ইচ্ছাকৃতভাৱে ভাৰতীয় কোম্পানীক আক্ৰমণ কৰে। এই ঔষধ কোম্পানীটোৱে ইউক্ৰেইনত শিশু আৰু প্ৰাপ্তবয়স্কৰ বাবে ঔষধ প্ৰস্তুত কৰে। তেওঁৰ ওপৰত এই আক্ৰমণ পৰিকল্পিত আক্ৰমণ। ইউক্ৰেইনে এই ঘটনাক গৰিহণা দিছে।”

Apply Now

ব্ৰিটিছ ৰাষ্ট্ৰদূতে লিখিছে, “আজি পুৱা ৰাছিয়াৰ ড্ৰ’নে কিয়েভৰ এটা ডাঙৰ ঔষধৰ গুদাম ধ্বংস কৰে। বৃদ্ধ আৰু শিশুৰ বাবে অত্যাৱশ্যকীয় ঔষধ ধ্বংস কৰা হৈছে। ইউক্ৰেইনৰ সাধাৰণ জনসাধাৰণৰ ওপৰত ৰাছিয়াই কোনো ধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণ বন্ধ কৰা নাই।’’

মন কৰিবলগীয়া যে যোৱা মাহৰ মাজভাগত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ সৈতে যুদ্ধবিৰতি সন্দৰ্ভত পুটিনৰ সৈতে কথা পাতিছিল। হোয়াইট হাউছৰ বিবৃতিত কোৱা হৈছে যে পুটিন আৰু ট্ৰাম্পে এই কথাত একমত হৈছে যে ইউক্ৰেইন আৰু ৰাছিয়া দুয়োখনেই এই ৰক্তাক্ত যুদ্ধত অপূৰণীয় লোকচানৰ সন্মুখীন হৈছে। যি পৰিমাণৰ শক্তি আৰু ধনৰ অপচয় হৈছে, সেইখিনি মানৱীয় সাহাৰ্যৰ বাবে ব্যৱহাৰ কৰিব পৰা গ’লহেঁতেন। অৱশ্যে ৰাছিয়া এতিয়াও সম্পূৰ্ণ যুদ্ধবিৰতিৰ বাবে সাজু হোৱা নাই। ইফালে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই কৰা আক্ৰমণ যুদ্ধবিৰতিৰ দিশত এখোজ নহয় বুলি দাবী কৰি সৰৱ হৈ পৰিছে ইউক্ৰেইন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd