• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’নাত আক্ৰান্ত হ’ল ৰাছিয়াৰ প্ৰধান মন্ত্ৰী মিখাইল মিছুস্তিন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 1, 2020 8:18 am

2 min read

russian-prime-minister

ৰাছিয়াৰ প্ৰধান মন্ত্ৰী মিখাইল মিছুস্তিন। ফটো: টুইটাৰৰ সৌজন্যত

30.8k
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়াৰ প্ৰধান মন্ত্ৰী মিখাইল মিছুস্তিনৰ দেহত ধৰা পৰিছে কোভিড-১৯। বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে এখন ভিডিঅ’ কনফাৰেন্সিৰ জৰিয়তে হোৱা বৈঠকত মিছুস্তিনে তেওঁ কৰ’নাত আক্ৰান্ত হোৱাৰ কথা জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনো কোভিড-১৯ত আক্ৰান্ত হৈছিল। অৱশ্যে,বৰ্তমান তেওঁ সুস্থ হৈ উঠিছে।

যোৱা জানুৱাৰিৰ পৰা ৰাছিয়াৰ প্ৰধান মন্ত্ৰী পদত থকা ৫৪বৰ্ষীয় মিখাইল মিছুস্তিনে দেশখনে কোভিড-১৯ৰ বিৰুদ্ধে চলোৱা যুঁজখনত সন্মুখত থাকি নেতৃত্ব দিছে।

সূত্ৰসমূহে প্ৰকাশ কৰা মতে, প্ৰধান মন্ত্ৰীগৰাকীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছতেই তেওঁ হোম কোৱাৰেন্টাইনত যায়।

বৰ্তমান সাময়িকভাৱে তেওঁৰ দায়িত্বৰ পৰা আঁতৰাই দিয়া হৈছে আৰু প্ৰথম উপ প্ৰধান মন্ত্ৰী আণ্ড্ৰে বেলোছভক ভাৰপ্ৰাপ্ত প্ৰধান মন্ত্ৰীৰ দায়িত্ব অৰ্পন কৰিছে ৰাষ্ট্ৰপতি পুটিনে।

আনহাতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কৰ’না সংক্ৰমণ সন্দৰ্ভত কয় যে মিছুস্তিনৰ যিটো হৈছে সেয়া যিকোনো লোকৰ সৈতে হ’ব পাৰে।

ৰাছিয়াৰ প্ৰধানমন্ত্ৰী গৰাকীক হাস্পাতলত ভৰ্তি কৰা হৈছেনে নাই সেয়া নিশ্চিত কৰা হোৱা নাই।

বাতৰি অনুসৰি, ৰাছিয়াত ৩০ এপ্ৰিলৰ বিয়লি পৰ্যন্ত কৰ’না আক্ৰান্তৰ সংখ্যা ১ লাখৰ সীমা অতিক্ৰম কৰিছে।

ইপিনে, প্ৰধান মন্ত্ৰী মিছুস্তিনৰ সংস্পৰ্শলৈ অহা প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ৰ বাকী কৰ্মচাৰীসকলৰ কোভিড-১৯ পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়া হৈছে।

Tags: COVID-19

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd