• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অতীজৰে পৰা চলি অহা পৰম্পাৰক ম্লান কৰিব বিচাৰিছে : আই চি চিক সমালোচনা শচীনৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 9, 2020 12:43 pm

1 min read

Sachin
14.5k
VIEWS
Share on FacebookShare on Twitter

পাঁচদিনৰ বিপৰীতে চাৰি দিনলৈ টেষ্ট মেচৰ সময়সীমা হ্ৰাস কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিল চমুকৈ আই চি চিয়ে ১৪৩ বছৰীয়া ক্ৰিকেটৰ পৰম্পৰাক ম্লান কৰিব বিচাৰিছে বুলি অভিযোগ কৰিছে কিম্বদন্তী ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰে।

বিভিন্ন ৰেকৰ্ডৰ অধিকাৰী তথা ক্ৰিকেটৰ ভগৱানস্বৰূপ শচীনে আই চি চিয়ে ল’ব খোজা এনে সিদ্ধান্তক সমালোচনা কৰি কয় ‘মই নাভাবো এইটো এটা সঠিক সিদ্ধান্ত’।

তেওঁ লগতে কয়, ‘টেষ্ট খেলত এদিন বাদ দিয়া মানেই ই সীমিত অ’ভাৰৰ ক্ৰিকেটলৈ পৰ্যবসিত হ’ব। বেটছমেনসকলে সীমিত অ’ভাৰৰ তুলনাত টেষ্ট ক্ৰিকেটত বেছি সময় বেট ধৰিব বিচাৰে। কিন্তু এদিন কমোৱা মানে বেটছমেনসকলে অধিক বেট ধৰাৰ সুযোগ হেৰুৱাই পেলাব’।

ইয়াৰ উপৰি টেষ্টৰ অন্তিম দিনটোত বেছিভাগ পিটছেই স্পীনাৰৰ বাবে সহায়ক হৈ উঠাৰ বাবে স্পীনাৰ সকলে বল কৰিব বিচাৰে। কিন্তু নতুন নিয়ম প্ৰযোজ্য কৰিলে টেষ্ট মেচত স্পীনাৰ সকলৰ আধিপত্য নোহোৱা হ’ব বুলিও শচীনে উল্লেখ কৰে।

উল্লেখ্য যে ২০২৩ চনৰ পৰা টেষ্ট মেচৰ সময় পাঁচদিনৰ পৰা চাৰিদিনলৈ হ্ৰাস কৰাৰ সন্দৰ্ভত আজি কিছুদিন পূৰ্বে আই চি চিয়ে নিজৰ মত প্ৰকাশ কৰিছিল। আৰু তাৰ পিছৰে পৰা প্ৰাক্তন ক্ৰিকেটাৰ তথা বিশেষজ্ঞসকলে তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয়।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd