DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সুৰক্ষিত আৰু স্বাস্থ্যকৰ! কাৰাগাৰৰ পৰা সাময়িক মুক্তি নালাগে ২১জনকৈ কয়দীৰ, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 30, 2021 8:03 pm
(প্ৰতিনিধিত্বমূলক ফটো)

(প্ৰতিনিধিত্বমূলক ফটো)

207
VIEWS
Share on FacebookShare on Twitter

কাৰাগাৰৰ বন্ধ কুঠৰিৰ পৰা মুক্ত হ’বলৈ যিকোনো কয়দীয়েই আপ্ৰাণ চেষ্টা কৰে।

আইনী ব্যৱস্থাৰ উপৰিও কাৰাগাৰৰ পৰা পলোৱাৰো নজিৰ অনেক।

কিন্তু উত্তৰ প্ৰদেশৰ ৯খনকৈ কাৰাগাৰত থকা ২১জন কাৰাবন্দী কয়দীয়ে কাৰাগাৰৰ পৰা উলাব বিচৰা নাই।

কাৰাগাৰসমূহৰ কৰ্তৃপক্ষলৈ তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছে তেওঁলোকক মুক্তি নালাগে।

বৰঞ্চ কাৰাগাৰতে থাকিব।

ইয়াৰ কাৰণটো হৈছে ক’ভিড মহামাৰীৰ সময়ছোৱাত কাৰাগাৰেই তেওঁলোকৰ বাবে ‘সুৰক্ষিত আৰু স্বাস্থ্যকৰ’ বুলি কয়দীকেইজনে অনুভৱ কৰিছে।

প্ৰশাসনৰ তৰফৰ পৰা দেওবাৰে কোৱা হৈছে যে ৰাজ্যখনৰ গাজিয়াবাদ, গৌতম বুদ্ধ নগৰ, মীৰা, মাহাৰগঞ্জ, গোৰখপুৰ আৰু লক্ষ্নৌকে ধৰি ৯খন কাৰাগাৰৰ পৰা কয়দীকেইজনে পত্ৰসমূহ প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ ক’ভিড নিৰ্দেশনামতে, কয়দীকেইজনক চৰ্তসাপেক্ষে ৩মাহৰ সাময়িক মুক্তি প্ৰদান কৰাৰ কথা আছিল।

পত্ৰখনত তেওঁলোকে উল্লেখ কৰিছে যে যদিহে তেওঁলোক মুক্ত হয়, তেন্তে কাৰাগাৰত লাভ কৰি অহাৰ খাদ্য আৰু চিকিৎসাৰ সুবিধা লাভ নকৰিব।

যাৰ বাবে তেওঁলোকে কাৰাগাৰতকৈও কষ্টত দিন কটাব লাগিব।

কাৰাগাৰসমূহৰ কৰ্তৃপক্ষই তেওঁলোকৰ অনুৰোধটো গ্ৰহণ কৰিছে।

Recent News

Sikkim

প্ৰতি নৱজাতকৰ বিপৰীতে ১০০ টাকৈ গছপুলি: ছিকিম চৰকাৰৰ অভিনৱ পদক্ষেপ

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

Singapore Chief Justice In Supreme Court

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ লগতে বহিল ছিংগাপুৰৰ মুখ্য ন্যায়াধীশ সুন্দৰেশ মেনন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd