• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জয়শ্ৰী গোস্বামী মহন্ত আৰু ফুকন চন্দ্ৰ বসুমতাৰীলৈ সাহিত্য অকাডেমী বঁটা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 18, 2019 9:15 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৯ বৰ্ষৰ সাহিত্য অকাডেমী বঁটাৰ বাবে অসমৰ দুগৰাকীকৈ সাহিত্যিক ক্ৰমে ড০ জয়শ্ৰী গোস্বামী মহন্ত আৰু ড০ ফুকন চন্দ্ৰ বসুমতাৰীৰ নাম ঘোষিত হৈছে।

গোস্বামীয়ে তেওঁৰ গৱেষণামূলক গ্ৰন্থ ‘চাণক্য’ আৰু বসুমতাৰীয়ে তেওঁৰ বড়ো কবিতা পুথি ‘অখাই অথোমনিপ্ৰায়’ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছে।

Apply Now

অৱশ্যে এই বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ পাছতো জয়শ্ৰী গোস্বামী মহন্ত সম্পূৰ্ণৰূপে সুখী নহয় বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে।

‘অসমীয়া ৰাইজৰ যি দুৰ্দিন চলিছে, এই দুৰ্দিনৰ সময়ত অসমীয়া পঢ়ুৱৈসকলৰ কাৰণে এই খবৰে আশাৰ পোহৰ আনিব। এই দুৰ্দিনৰ বতৰত অসমীয়া সাহিত্যই স্বীকৃতি পোৱাটো এটা ভালখবৰ। কিন্তু মই যিমান আনন্দ লাভ কৰিব লাগিছিল সেই আনন্দ লাভ কৰিব পৰা নাই। মই সম্পূৰ্ণৰূপে আনন্দ উফভোগ কৰিব পৰা নাই। দুখৰে এই খবৰটো ল’বলগীয়া হৈছে।‘ সংবাদ মাধ্যমৰ আগত এইদৰে কয় মহন্তই।

মহন্তই ‘কা’ বিৰোধী আন্দোলনৰ চহিদ আৰু নিৰ্য্যাতিত পৰিয়াললৈ বঁটাৰ ধন আগবঢ়াব বুলি জানিবলৈ দিয়ে।

চাণক্য গ্ৰন্থখনৰ জৰিয়তে সেইসময়ৰ ৰাজনীতি, কুটনীতি, পৰিবেশ পৰিস্থিতি সামৰি লোৱা হৈছে বুলি মহন্তই উল্লেখ কৰি লগতে কয় ‘সেয়াও আছিল অত্যাচাৰী শাসকৰ বিৰুদ্ধে সাধাৰণ প্ৰজাৰ বিদ্ৰোহ। অৱশেষত অত্যাচাৰী শাসক পৰাজয় হ’ল, ধুলিস্যাৎ হ’ল আৰু সাধাৰণ প্ৰজাৰ বিজয় হ’ল। আজিৰ সময়ৰ সৈতে চাণক্যৰ সময়ৰ কিছু মিল আছে।‘

আনহাতে, এই বঁটাৰ বাবে নিৰ্বাচিত হৈ সুখী বুলি মন্তব্য কৰে ড০ ফুকন চন্দ্ৰ বসুমতাৰীয়ে।

উল্লেখযোগ্য যে, প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী জয়শ্ৰী গোস্বামী মহন্ত কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা আছিল তথা তেওঁ ২০১৮ চনত পদ্মশ্ৰী উপাধি লাভ কৰিবলৈ সক্ষম হৈছিল।

আনহাতে, ড০ ফুকন চন্দ্ৰ বসুমতাৰী বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ এচ’চিয়েট প্ৰফেচাৰ হিচাপে কৰ্মৰত হৈ আছে। দুয়োগৰাকী সাহিত্যিককে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অভিনন্দন জ্ঞাপন কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd