• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীক অসম সাহিত্য সভা আৰু জনজাতীয় সাহিত্য সভাৰ প্ৰতিনিধি দলৰ সাক্ষাৎ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 22, 2019 3:10 pm
DV7A5371

অসম সাহিত্য সভা আৰু জনজাতীয় সাহিত্য সভাৰ প্ৰতিনিধিৰ মুখ্য মন্ত্ৰীক সাক্ষাৎ। ফটো : জনসংযোগ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে পুৱা ৯:৩০ বজাত ড০পৰমানন্দ ৰাজবংশী আৰু কমলাকান্ত মুছাহাৰীৰ নেতৃত্বত যোৱা এটা সজাতি দলে মুখ্য মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হয়। অসম সাহিত্য সভা আৰু ৮ টাকৈ জনজাতীয় সাহিত্য সভাৰ প্ৰতিনিধিয়ে মুখ্য মন্ত্ৰীক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

প্ৰতিনিধি দলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী উত্থাপন কৰি  ৰাজ্যসভাত গৃহীত হোৱাৰ পূৰ্বে বিলখন বিৰোধিতা কৰিবৰ বাবে মুখ্য মন্ত্ৰীক আহ্বান জনায়। অসমীয়া জাতিটোৰ স্বাৰ্থত সিদ্ধান্ত ল’বৰ বাবেও সাহিত্য সভাসমূহৰ প্ৰতিনিধি দলটোৱে আহ্বান জনায়।

Apply Now

তদুপৰি, আলোচনাকালত প্ৰতিনিধি দলটোৱে আন কিছুমান গুৰুত্বপূৰ্ণ দাবীৰ বিষয়েও উত্থাপন কৰে। তেওঁলোকে জাগীৰোডৰ কাগজ কল আৰু কাছাৰ কাগজকল পুনৰ উজ্জীৱিত কৰি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্য মন্ত্ৰীক আহ্বান জনায় ।

বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইকে ধৰি যিকেইগৰাকী ব্যক্তিৰ ওপৰত দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰা হৈছিল সেই গোচৰ অনতিবিলম্বে প্ৰত্যাহাৰ কৰিবলৈকো সাহিত্য সভাসমূহে মুখ্য মন্ত্ৰীক আহ্বান জনায়।

তদুপৰি, ড০ ৰাজবংশীয়ে আলোচনাকালত মুখ্য মন্ত্ৰী সোণোৱালক ৰাইজৰ পক্ষত থাকিবৰ বাবে অনুৰোধ জনায়।

আনহাতে, অসম সাহিত্য সভাত বিভিন্ন ৰাজনৈতিক দলৰ লোক আছে বুলি উল্লেখ কৰি ড০ পৰমানন্দ ৰাজবংশীয়ে সংবাদমাধ্যমৰ আগত কয়, ‘’অসম সাহিত্য সভাত বিজেপিৰ লোকো আছে। ২৭ মে’ ৰ দিনা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সিদ্ধান্ত লওঁতে সকলোৱে এক মত পোষণ কৰিছিল।‘’

‘’সাহিত্য সভাৰ ৰহা অধিবেশনখন জাতীয় ঐক্য মঞ্চলৈ ৰূপান্তৰ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছে। সেয়েহে সকলো ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠনক আমন্ত্ৰণ জনোৱা হৈছে। নাগৰিকত্ব সংশোধনী বিধেয়কখনৰো বিৰোধিতা কৰা হ’ব উক্ত অধিবেশনৰ মঞ্চত।‘’ এই কথা সদৰী কৰে অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক পদুম ৰাজখোৱাই।

আনহাতে, সাক্ষাতৰ সময়ত মুখ্য মন্ত্ৰীক এনআৰচিৰ কাম পূৰ্বে সম্পূৰ্ণ কৰিবৰ বাবেও আহ্বান জনায় সাহিত্য সভাসমূহৰ প্ৰতিনিধি দলটোৱে। লগতে সাহিত্য সভাৰ দৰে আছুকে ধৰি অন্যান্য জাতীয় দল-সংগঠনক আলোচনাৰ বাবে আমন্ত্ৰণ জনাবৰ বাবেও মুখ্য মন্ত্ৰীক আহ্বান জনায়। এই কথাত মুখ্য মন্ত্ৰীয়ে সহমত প্ৰকাশ কৰিছে বুলি ৰাজবংশীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

ইপিনে, বৈঠকত জনজাতিকৰণৰ বিষয়টোও আলোচনা কৰা হৈছিল আৰু প্ৰতিনিধি দলটোৱে জনজাতীয় লোকসকলৰ কোনো ব্যাঘাত নোহোৱাকৈ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ বাবে দাবী জনায়।

তদুপৰি, ড০পৰমানন্দ ৰাজবংশীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাৰ কথা চিন্তা কৰি দল-সংগঠনসমূহক আন্দোলনৰ কাৰ্য্যসূচী হাতত ল’বৰ বাবে আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd