• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সুন্দৰী অভিনেত্ৰী পূজা হেগড়েৰ সৈতে চালমান খানৰ ৰোমাঞ্চ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 12, 2020 5:35 pm

1 min read

_ca7e8f68-4c7c-11ea-a16c-785555db2321
813
VIEWS
Share on FacebookShare on Twitter

চলিত বছৰৰ ঈদত বক্স অফিচত খলকনি তোলাৰ আশাৰে মুক্তি লাভ কৰিব চালমান খান অভিনীত বিগ বাজেটৰ ছবি ‘কভি ঈদ কভি দীৱালী’।

বহু প্ৰতিক্ষিত ছবিখনত চালমান খানৰ বিপৰীতে প্ৰথমবাৰৰ বাবে অভিনয় কৰিব ‘হাউছফুল ৪’ৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা অভিনেত্ৰী পূজা হেগড়েই।

মুম্বাই মিৰৰত দিয়া এক সাক্ষাতত এই কথাৰ নিশ্চিতি প্ৰদান কৰি ছবি নিৰ্মাতা চাজিদ নাডিয়াদৱালাই কয়, ‘ছবিখনৰ বাবে পূজা হেগড়ে পাৰ্ফেক্ট। পূজা আৰু চালমান খানৰ যুটীয়ে ছবিখনক এক নতুন মাত্ৰা প্ৰদান কৰিব’।

একশ্যন আৰু হাস্যকৰধৰ্মী এই ছবিখনে অক্টোবৰ মাহত মুক্তি লাভ কৰিব বুলি জানিব পৰা গৈছে।

কভি ঈদ কভি দীৱালীৰ ৰচনা আৰু নিৰ্মাতা চাজিদ নাডিয়াদৱালাৰ আৰু পৰিচালনা হৈছে ফাৰহাদ চামজিৰ।

ছবিখন সন্দৰ্ভত চাজিদে পি টি আইক জনোৱা মতে, ‘কিক ২ ছবিখনৰ পূৰ্বেই এই ছবিখন লিখাৰ কাম আৰম্ভ কৰিছিলো। চালমান আৰু মই ছবছৰৰ মূৰত একেলগে কাম কৰিছো। ছবিখনত চালমানক আমি এক বেলেগ ৰূপত অৱতীৰ্ণ কৰোৱাম আৰু দৰ্শকে নিশ্চয় বেলেগ আমেজ পাব’।

জানুৱাৰি মাহতে চালমানে নিজৰ টুইটাৰৰ জৰিয়তে এই ছবিখনৰ বিষয়ে ৰাজহুৱা কৰিছিল। তেওঁ টুইটটোত লিখিছিল, ‘মোৰ পৰৱৰ্তী ছবি কভি ঈদ কভি দীৱালী…ছবিখনৰ ষ্টৰি আৰু নিৰ্মাতা চাজিদ নাডিয়াদৱালাৰ… পৰিচালক ফাৰহাদ চামজিৰ… ঈদ ২০২১..’।

ইফালে চালমান খানৰ পৰিৱৰ্তী ছবিখনৰ বাবে আগতীয়াকৈ টুইটযোগে শুভেচ্ছা জ্ঞাপন কৰিছে খিলাড়ী কুমাৰ অক্ষয় কুমাৰে।

Recent News

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd