• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চামগুৰিত আৰক্ষীৰ অভিযানত সজীৱ গুলী, পিষ্টল, নগদ ধনসহ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আটক

বিদ্যুত জ্যোতি বৰা, চামগুৰি by বিদ্যুত জ্যোতি বৰা, চামগুৰি
May 6, 2022 8:41 pm
123
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অধীনৰ খাটোৱাল আৰক্ষী নিৱেশৰ অন্তৰ্গত গেৰুৱামুখ অঞ্চলত আৰক্ষীয়ে অভিযান চলাই এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। লগতে তেওঁৰ পৰা সজীৱ গুলিৰ সৈতে এটা পিষ্টল আৰু নগদ ধনসহ এখন গাড়ী জব্দ কৰে ৷

জানিব পৰা মতে, খাটোৱাল আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া হৰেণ গগৈৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে বৃহস্পতিবাৰে নিশা এক গোপন খবৰৰ ভিত্তিত গেৰুৱামুখ অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় ৷

আৰক্ষীৰ দলটোৱে অভিযান চলাই থকা সময়তে ৰফিকুল ইছলাম নামৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ীজনে শূণ্যলৈ গুলীচলনা কৰি পলায়ন কৰে।

পৰবৰ্তী সময়ত উক্ত ব্যৱসায়ীজনে ব্যৱহাৰ কৰা ৩৫ ৰাউণ্ড সজীৱ গুলিৰ সৈতে .২২ পিষ্টল আৰু ২৭,৪৮০  টকাসহ এএছ ০২ এছ ০৪৬১ নম্বৰৰ এখন কুইড গাড়ী আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷

আনহাতে, আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰা উক্ত ড্ৰাগছ ব্যৱসায়ীজনৰ বিৰুদ্ধে আজি পুৱা গেৰুৱামুখ অঞ্চলত আৰক্ষীয়ে অভিযান চলাই ৰফিকুল ইছলাম (২৫) নামৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ীজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।ব্যৱসায়ী জনৰ পৰা দুটা ম’বাইল ফোন জব্দ কৰে ৷

উক্ত ড্ৰাগছ ব্যৱসায়ীজনে নগাঁও জিলাৰ বিভিন্ন অঞ্চলত ড্ৰাগছ ব্যৱসায় কৰি আহিছিল বুলি আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিয়ে ৷

বৰ্তমান খাটোৱাল আৰক্ষী নিৱেশত আটকাধীন অপৰাধীজনক জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰে জানিবলৈ দিয়ে ৷ 

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd