• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চল্লিশ ঘন্টাৰ পাছত পুনৰ আৰম্ভ হ’ল চামগুৰি পাৱাৰ গ্ৰীড চাৰ্ভিছ ষ্টেশ্যনৰ পৰা বিদ্যুৎ যোগান

বিদ্যুৎজ্যোতি বৰা by বিদ্যুৎজ্যোতি বৰা
September 19, 2020 8:59 am
index

কাৰ্যক্ষম হৈ উঠা চামগুৰিস্থিত পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেশ্যন। ফটো: নৰ্থইষ্ট নাও

296
VIEWS
Share on FacebookShare on Twitter

অগ্নিকাণ্ডৰ ফলত  চামগুৰিস্থিত পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেশ্যনত বৃহৎ ক্ষতি হোৱা কেব’ল তথা ট্ৰেন্সফৰ্মাৰৰ মেৰামতি চল্লিশ ঘন্টাৰ মুৰত কাৰ্যক্ষম হৈ উঠিছে।

ইয়াৰ ফলত পুনৰ নগাঁও জিলাবাসীক বিদ্যুৎ সৰবৰাহ যোগান ধৰিবলৈ সক্ষম হৈছে বিদ্যুৎ বিভাগ।

জিলাবাসীয়ে এতিয়া বিদ্যুৎ বিভাগৰ এনে ক্ষিপ্ৰ পদক্ষেপক প্ৰশংসা কৰা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে বিশ্বকৰ্মা পূজাৰ দিনাই পুৱা নগাঁও জিলাৰ চামগুৰিস্থিত পাৱাৰ গ্ৰীড চাৰ্ভিছ ষ্টেশ্যনত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত বৃহৎ ক্ষতিসাধন হৈছিল।

ইয়াৰ পিছত দিন ৰাতি একাকাৰ কৰি প্ৰায় অৰ্ধ শতাধিক অভিযন্তা-কৰ্মচাৰীয়ে অশেষ কষ্ট কৰি ট্ৰাঞ্চফৰ্মাৰটোৰ লগতে সংযোগী আণ্ডাৰগ্ৰাউণ্ড ক’ন্ট্ৰ’ল কেব’ল সমূহ সঠিক ভাৱে মেৰামতি কৰিবলৈ সক্ষম হয়।

শুকুৰবাৰৰ নিশা প্ৰায় ১০-১৫ বজাৰ পৰা সমগ্ৰ জিলাতেই পুনৰ বিদ্যুৎ যোগান ধৰা বুলি জানিব পৰা গৈছে ।

এয়া  বিদ্যুৎ বিভাগৰ বৃহৎ সফলতা বুলি চামগুৰিৰ সচেতন নাগৰিকে ব্যক্ত কৰিছে।

Recent News

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

“ঘৰ ঘৰ সংযোগ কাৰ্যসূচী ” ঘোষণা আপৰ : অক্টোবৰত গুৱাহাটীত বিশাল সমাৱেশ, আহিব অৰবিন্দ কেজৰীৱাল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd