• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক নিৰ্বাচনী হিংসা-প্ৰতিহিংসাৰে জৰ্জৰিত চামগুৰিত প্ৰায় শান্তিপূৰ্ণভাৱেই সম্পন্ন ভোটদান

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
December 6, 2018 10:17 am
Samaguri- first phase of panchayat election

ফটো : য়ু বি

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক নিৰ্বাচনী হিংসা-প্ৰতিহিংসাৰে জৰ্জৰিত নগাঁও জিলাৰ ৮৮ নং চামগুৰি বিধানসভা সমষ্টিত বুধবাৰে প্ৰায় শান্তিপূৰ্ণভাৱেই সম্পন্ন হয় প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ।

সমষ্টিটোৰ ২৩টা গাঁও পঞ্চায়তত প্ৰায় শান্তিপূৰ্ণভাৱে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হ’লেও কোনো কোনো পঞ্চায়তত বিজেপি আৰু কংগ্ৰেছ দলৰ কৰ্মী-সমৰ্থকৰ মাজত সংঘাট দেখিবলৈ পোৱা যায়।

Apply Now

জানিব পৰা মতে,আমবাগান জিলা পৰিষদৰ অন্তৰ্গত চাৰি নং ভগামুখত কংগ্ৰেছ কৰ্মী সমৰ্থকে বিজেপিৰ দলীয় সমৰ্থক চুদাম শ্বাহ (৫৭) আৰু এচিন আলি (৪৭) ক শাৰীৰিক প্ৰহাৰ কৰাৰ ফলত দুয়োজন গুৰুতৰভাৱে আহত হয়। পৰৱৰ্তী সময়ত দুয়োগৰাকীকে প্ৰশাসনে চিকিৎসাৰ ব্যৱস্থা কৰে।

আনহাতে, ৭ নং ভগামুখটো নিৰ্বাচনকেন্দ্ৰিক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ঠিক তেনেদৰে চাৰি নং ভূৰবন্ধাটো ৰেগিঙৰ আশ্ৰয় লোৱা বুলি বিজেপি কৰ্মীয়ে অভিযোগ কৰিছে। প্ৰাপ্ত অভিযোগ মতে, চেক্টৰৰ দায়িত্বত থকা আৰক্ষীৰ সহকাৰী পৰিদৰ্শক জনৈক ইছলামৰ দুৰ্বলতাৰ ফলতেই শান্তিপূৰ্ণ ভোটগ্ৰহণ প্ৰক্ৰিয়াত ব্যাঘাট জন্মে।

আনহাতে, পেনাইতো এক মাৰপিটৰ ঘটনা সংঘটিত হয় যদিও নিৰাপত্তাৰক্ষী আৰু স্থানীয় লোকৰ তৎপৰতাত পাছত সমষ্টিটোত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সমাপ্ত হয় ৷

উল্লেখ্য যে চামগুৰি সমষ্টিৰ চাৰিটা জিলা পৰিষদ ক্ৰমে চামগুৰি, বাজিয়াগাঁও, শিঙিমাৰী আৰু আমবাগানৰ অন্তৰ্গত মুুুঠ ২৩টা গাঁও পঞ্চায়তত সমষ্টিটোৰ প্ৰায় ১৪৯৮৩৩ গৰাকী ভোটাৰে নিজ পচন্দৰ প্ৰাৰ্থীসকলক বিজয়ী কৰাবলৈ ভোট প্ৰদান কৰা পৰিলক্ষিত হয়।

স্মৰ্তব্য যে, সমষ্টিটোৰ অন্তৰ্গত মিকিৰহাট ভোটগ্ৰহণ কেন্দ্ৰকে প্ৰমুখ্য কৰি বহু কেন্দ্ৰত পূৰ্বে ভোট দান কৰা লোকৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট নোহোৱাত ভোটদানৰ বঞ্চিত হয় যাৰ বাবে উক্ত লোকসকল ক্ষুভিত হৈ পৰে।

বিদ্যুত জ্যোতি বৰা

বিদ্যুত জ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

September 29, 2026 1:11 pm
সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

September 29, 2026 1:03 pm
বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

September 29, 2026 11:37 am
ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

September 29, 2026 11:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

September 29, 2026 1:11 pm
সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

September 29, 2026 1:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd