• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিষ্কন্টক যোগী! উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে অখিলেশ যাদৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 1, 2021 2:59 pm
WhatsApp Image 2021-11-01 at 2.47.17 PM

অখিলেশ যাদব।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Akhilesh Yadav not to contest Assembly polls ২০২২চনত অনুষ্ঠিত হ’বলগীয়া উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ বিৰোধী দল সমাজবাদী পাৰ্টিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদবে প্ৰতিদ্বন্দ্বিতা নকৰে।

সোমবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদবে এই কথা ঘোষণা কৰিছে। বৰ্তমান তেওঁ আজমগড়ৰ সাংসদ।

ইপিনে, অহা বছৰৰ বিধানসভা নিৰ্বাচনত অখিলেশক তেওঁৰ দলে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে তুলি ধৰিব বিচাৰিছিল। কিন্তু দলীয় নেতা-কৰ্মীৰ আশাত চেঁচাপানী ঢালি তেওঁ প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা ঘোষণা কৰিলে।

Apply Now

অখিলেশে লগতে আৰএলডি’ৰ সৈতে সমাজবাদী পাৰ্টিৰ মিত্ৰতা চূড়ান্ত হোৱাৰ কথাও উল্লেখ কৰে। ইয়াৰ পাছত দুয়োটা দলৰ মাজত আসন বুজাবুজিক লৈ আলোচনা চলিব।

Also Read: জিন্নাক গান্ধী-পেটেলৰ সৈতে একেশাৰীত ৰাখিলে অখিলেশ যাদৱে,ক’লে “স্বাধীনতাৰ বাবে একেলগে যুঁজিছিল তেওঁলোকে”

স্বাভাৱিকতে অখিলেশৰ ঘোষণাই ৰাজ্যখনত নতুন ৰাজনৈতিক সমীকৰণৰ সৃষ্টি কৰিছে। পূৰ্বতে বিজেপি বিৰোধী আঞ্চলিক দলবোৰৰ সৈতে মিত্ৰতাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল সমাজবাদী পাৰ্টিৰ মুৰব্বী গৰাকীয়ে।

আজি সংবাদমাধ্যমৰ আগত আৰএলডিৰ সৈতে মিত্ৰতাৰ কথা ঘোষণা কৰে। কিন্তু নিজে কিয় প্ৰতিদ্বন্দ্বিতা নকৰে সেই বিষয়ে মুখ নুখুলিলে।  

উত্তৰ প্ৰদেশৰ নিৰ্বাচনঈ যুঁজত যাদবসকলৰ ডাঙৰ ভূমিকা আছে। বৰ্তমান ৰাজ্যখনৰ বিৰোধী দল হিচাপে আছে সমাজবাদী পাৰ্টি।

Also Read: Facebook bans Taslima Nasreen ফেচবুকত ৭দিনৰ বাবে নিষিদ্ধ তচলিমা নাচৰিণ; কিহৰ বাবে ল’লে এই সিদ্ধান্ত?

ৰাজ্যখনত যোগী আদিত্যনাথ চৰকাৰৰ বিৰুদ্ধে যোগ্য প্ৰত্যুত্তৰ দিয়াৰ শক্তি আছে সমাজবাদী পাৰ্টিৰ। সেইদৰে দলৰ প্ৰধান মুখ হৈছে অখিলেশ যাদব। পূৰ্বে দুবাৰ তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী আছিল।

কিন্তু হঠাতে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ পৰা নিজকে অঁতৰাই নিয়াৰ ঘোষণাই সমাজবাদী পাৰ্টিৰ বাবে এক বৃহৎ আঘাত হিচাপে বিবেচিত হৈছে।

উল্লেখ্য যে কৰ’না পৰিস্থিতিৰ মাজতে উত্তৰ প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচন তথা স্থানীয় পৰ্যায়ত একাধিক নিৰ্বাচনত বিজেপিক তীব্ৰ প্ৰত্যাহ্বান জনাইছিল অখিলেশৰ সমাজবাদী পাৰ্টিয়ে।

Also Read: Dare to Rebel সেনা বাহিনীত যোগ নিদিয়াৰ বাবে তিনিবাৰকৈ জে’ললৈ যাবলগীয়া হ’ল ইজৰাইলৰ যুৱতী

অখিলেশৰ নিজকে প্ৰতিদ্বন্দ্বিতাৰ পৰা অঁতৰাই নিয়াৰ ঘোষণাই উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ বিজয় পথ মসৃন কৰি তুলিব পাৰে বুলিও চৰ্চা আৰম্ভ হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd