• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিবাদত লিপ্ত পুত্ৰসহ সমাজবাদী নেতাক গুলীয়াই হত্যা : দুজনক গ্ৰেপ্তাৰ, অন্য ছজন পলাতক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 20, 2020 4:10 pm

1 min read

Gun-696x391
6k
VIEWS
Share on FacebookShare on Twitter

পুত্ৰসহ সমাজবাদী পাৰ্টিৰ এজন নেতাক গুলীয়াই হত্যা কৰিছে বিবাদত লিপ্ত গঞাই।

কালি মঙলবাৰে ঘটনাটো সংঘটিত হয় উত্তৰ প্ৰদেশৰ সম্বলৰ চামশী গাঁৱত।

জিলা আৰক্ষী অধীক্ষৰ যমুনা প্ৰসাদৰ মতে উক্ত গুলী চালনা ঘটনাত সমাজবাদী দলৰ নেতা চ’টেলাল দ্বাৰকাৰ (৫০) আৰু তেওঁৰ পুত্ৰ সুনীল কুমাৰ(২৮) থিতাতে নিহত হয়।

ঘটনাৰ বিৱৰণীৰ মতে চামশী গাঁৱৰ মাজেৰে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত নিৰ্মীয়মান এটা পথ পৰিদৰ্শনৰ বাবে পুত্ৰসহ চ’টেলাল দ্বাৰকাৰে ঘটনা সংঘটিত স্থানলৈ গৈছিল।

উক্ত স্থানতে কিছু সংখ্যক গঞাই চ’টেলাল দ্বাৰকাৰ সৈতে বিবাদ লিপ্ত হয়।

বিবাদে এক উত্তপ্ত পৰ্যায় পায়গৈ আৰু দুজন গঞাই মাৰণাস্ত্ৰৰে দুয়োৰে ওপৰত গুলীচালনা কৰে। আৰু তেওঁলোক দুয়ো ঠাইতে ঢলি পৰে।

ঘটনাৰ সন্দর্ভত ইতিমধ্যে নিহত চ’টেলালৰ দ্বিতীয় পুত্ৰই দাখিল কৰা এজাহাৰ ভিত্তিত স্থানীয় ভূজ আৰক্ষী থানাই ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২(হত্যা) ধাৰাত গোচৰ ৰুজু কৰে।

ইতিমধ্যে হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত স্থানীয় আৰক্ষীয়ে আঠজন লোকৰ ভিতৰত জিতেন্দ্ৰ শৰ্মা আৰু সৰ্মেন্দ্ৰ শৰ্মা নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।

আনহাতে আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে যে অভিযুক্ত ৰামেন্দ্ৰ, উপেন্দ্ৰ, জ্ঞানেন্দ্ৰ আৰু গজেন্দ্ৰ সিং এতিয়াও পলাতক।

Recent News

Story-8-3-750x375

সেনা বিষয়া ৰাণাপ্ৰতাপ কলিতা, ৰাজকুমাৰ পল্লৱ গোঁহাই আৰু প্ৰণৱজ্যোতি দাসলৈ সাহসিকতাৰ সন্মান

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd