• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত চোৰাং সাঁচি কাঠ সহ দুখন বিলাসী গাড়ী জব্দ

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , December 4, 2020 3:45 pm

1 min read

বোকাখাতত চোৰাং সাঁচি কাঠ সহ দুখন বিলাসী গাড়ী জব্দ
584
VIEWS
Share on FacebookShare on Twitter

এক গোপন সুত্ৰৰ আধাৰত চলোৱা অভিযানত পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ বোকাখাত বনাঞ্চলৰ অভিযানকাৰী দলে যোৱা নিশা চোৰাং সাঁচি কাঠৰ টুকুৰাৰে সৈতে দুখন বিলাসী গাড়ী জব্দ কৰিবলৈ সক্ষম হয়।

কাজিৰঙাৰ হাতীখুলি চাহ বাগিচাৰ সমীপত অভিযানকাৰী বনকৰ্মীৰ দলে ৩৭ নং ৰাষ্ট্ৰীয় পথত এএছ-০২ টি-৫৩৪৪ নম্বৰৰ এল্ট’ গাড়ী এখনক ৰখাবলৈ নিৰ্দেশ দিয়াৰ পিচতো গাড়ীখনে নিৰ্দেশ অমান্য কৰাত বনকৰ্মী দলে গাড়ীখন খেদি যোৱাত ৩৭ নং ৰাষ্ট্ৰীয় পথতে গাড়ীখন ৰখায় পলায়ন কৰে চালকসহ গাড়ীৰ যাত্ৰী সকল।

একেদৰে পৰৱৰ্তী সময়ত এএছ-০২এন-১২৩৪ নম্বৰৰ আৰ্টিকা গাড়ীখনেও নিৰ্দেশ অমান্য কৰি পলায়ন কৰাত জব্দ কৰে অভিযানকাৰী দলে।

দুয়োখন বাহনৰৰ পৰা অভিযানকাৰী দলটোৱে মুঠ ১.২৮ কুইন্টল সাঁচি কাঠৰ মুল্যবান টুকুৰা উদ্ধাৰ কৰে।

জব্দ কৰা গাড়ী আৰু সাঁচি কাঠ সমুহ বোকাখাতত থকা বনাঞ্চলিক কাৰ্যালয়লৈ লৈ যোৱা হয়।

ঘটনা সন্দৰ্ভত কোনো লোকক আটক কৰিব পৰা নাই যদিও অধিক তথ্যৰ বাবে তদন্ত আৰম্ভ কৰিছে বোকাখাত বনাঞ্চলিক কাৰ্যালয়ে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd