• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতৰ ডিফলু নদীত চোৰাং বালিৰ ৰমৰমীয়া ব্যৱসায়; বন বিভাগৰ অভিযান

NE NOW NEWS উত্তম শইকীয়া
বোকাখাত , November 25, 2018 4:44 pm

1 min read

Bokakhat
295
VIEWS
Share on FacebookShare on Twitter

বোকাখাতত থকা পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ অধীনৰ ডিফলু চাহ বাগিচাৰ সমীপৰ ডিফলু নদীৰ পাৰত গঢ়ি উঠা অবৈধ বালি মহলত আজি বোকাখাত খণ্ড বন বিষয়াই এক অভিযান চলায়।

যোৱা ২৩ নবেম্বৰত চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিফলু শাখাই দিয়া অভিযোগৰ আধাৰত খণ্ড বন বিষয়াই ঘটনাস্থলীলৈ গৈ অবৈধভাৱে চলাই থকা বালি খনন কাৰ্য বন্ধ কৰাৰ উপৰিও বালি খননত ব্যৱহাৰ কৰা কেতবোৰ বেলচা জব্দ কৰাৰ লগতে খনন কাৰ্য চলাই থকা স্থানলৈ গাড়ী যোৱাৰ পথসমূহ বন্ধ কৰি দিয়ে।

উল্লেখযোগ্য যে ডিফলু নদীৰ পাৰত চলোৱা এই অবৈধ বালি খনন কাৰ্যই বাগিচাখনত ডিফলু নদীৰ ওপৰত থকা ঐতিহ্যমণ্ডিত ওলোমা দলংখনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।

প্ৰাপ্ত তথ্য মতে বোকাখাতৰ একাংশ ব্যৱসায়ীয়ে স্থানীয় দুই এক যুৱকৰ সহায়ত ডিফলু নদীত চোৰাংভাৱে বালিৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে।

যাৰ পৰিপ্ৰেক্ষিতত ডিফলু চাহ বাগিচাৰ আটচা গোটৰ অভিযোগৰ পিছতে খণ্ড বন বিষয়াই অভিযান চলায় ডিফলুত বালিৰ অবৈধ খনন বন্ধ কৰিবৰ বাবে নিৰ্দেশ জাৰি কৰে।

Recent News

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

WhatsApp Image 2021-01-24 at 9.08.34 PM

মিছা কথাৰে শাসন ক্ষমতা দখল কৰা বিজেপি চৰকাৰ কৃষক, শ্ৰমিক, দুখীয়া ৰাইজৰ পক্ষত নাই : গৌৰৱ গগৈ

Screenshot_20210124_172110

কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আছুৰ; আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd