• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হঠাতে সূৰ্য হৈ পৰিল নীলা, আকাশ হৈ পৰিল হালধীয়া, ক’ত?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 29, 2021 5:00 pm

1 min read

a saun
1.2k
VIEWS
Share on FacebookShare on Twitter

সূৰ্যৰ বৰণ নীলা আৰু আকাশৰ বৰণ হালধীয়া।

এনে ধৰণৰ ব্যতিক্ৰমী ঘটনাৰেই সাক্ষী হৈ পৰিল এটা বৃহত্তৰ অঞ্চলৰ বাসিন্দা।

হয় সূৰ্য নীলা হৈ পৰাৰ ঘটনাই ঘটিছে ভাৰতৰ চুবুৰীয়া দেশ চীনত। চীনৰ পশ্চিম অঞ্চলৰ লগতে মংগোলীয়া অঞ্চলত শেহতীয়াকৈ প্ৰায় ১৫ দিন ধৰি সূৰ্য নীলা বৰণৰ হৈয়েই উদিত হৈছে আৰু সেই বৰণ লৈয়েই অস্তও গৈছে।

আনহাতে আকাশৰ স্বাভাৱিক নীলা ৰং গুচি তাৰ ঠাইত আকাশ হৈ পৰিছে সম্পূৰ্ণ হালধীয়া। ইয়া কোনো মহাজাগতিক কাৰণত হোৱা ঘটনা নহয়।

দৰাচলতে চীনৰ পশ্চিম প্ৰান্ত আৰু মংগোলীয়া অঞ্চলৰ মৰুভূমিত বিগত কিছুদিন ধৰি বলিছে ধূলিৰ ধুমুহা।

এই ধুমুহাৰ ফলতে আকাশ চানি ধৰিছে মৰুভূমিৰ ধূলিয়ে।

ধূলিয়ে ঢাকি ধৰাৰ বাবেই মংগোলীয়াকে ধৰি চীনৰ বহু অঞ্চলৰ পৰা সূৰ্যক দেখা গৈছে নীলা আৰু আকাশ হালধীয়া।

ধূলিৰ ধুমুহাৰ ফলত সৃষ্টি হোৱা প্ৰদূষণে উক্ত অঞ্চল সমূহত বহু লোকক অসুস্থ কৰি তোলা বুলিও জনা গৈছে।

উল্লখ্য বহু বছৰৰ মূৰত চীনত এনে ঘটনা ঘটিছে।

ইয়াৰ পূৰ্বে ১৯৫৮ আৰু ১৯৬১ চনতো চীনত ধূলিৰ ধুমুহাৰ বাবেই আকাশৰ ৰং হালধীয়া আৰু সূৰ্যৰ বৰণ নীলা হৈ পৰিছিল।

Recent News

Ashokatami

কোভিড নিগেটিভ হ’লেহে কৰিব পাৰিব অশোকাষ্টমী স্নান : জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশ

Kaziranga

কাজিৰঙাৰ কহঁৰা নদীৰ পাৰত সমন্বয়ৰ উদ্যোগত সাংবাদিকৰ মুকলি বিহু সম্পন্ন

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd