• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত ‘সংকল্প’ কৰ্মশালা সম্পন্ন

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
December 16, 2021 8:37 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম দক্ষতা বিকাশ মিছনৰ উদ্যোগত আৰু বঙাইগাঁও জিলা প্ৰশাসনৰ সহযোগত বঙাইগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এখনি কৰ্মশালা অনুষ্ঠিত হৈ যায়।

জিলা উন্নয়ন আয়ুক্ত ভাস্কৰ দাসে এই কৰ্মশালাখনি বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে।

Apply Now

অসম ৰাজ্যিক দক্ষতা বিকাশ মিছনৰ সহকাৰী আঁচনি প্ৰবন্ধক মহম্মদ পিংকু চৌধুৰী,বঙাইগাঁও কলেজৰ অধ্যক্ষা ৰূপাঞ্জলি দেৱী,বঙাইগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া আমীৰ হুছেইন,অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছনৰ বঙাইগাঁও গোটৰ জিলা প্ৰকল্প প্ৰবন্ধক প্ল’ৰাজ মুছাহাৰী,বঙাইগাঁও আই টি আইৰ অধ্যক্ষ ৰাজু গোপাল আৰু মহাত্মা গান্ধী ৰাষ্ট্ৰীয় ফেল’,বঙাইগাঁও গোটৰ শীতাংশু কুমাৰ আৰু মহাত্মা গান্ধী ৰাষ্ট্ৰীয় ফেল’, চিৰাং গোটৰ পৌলোমী দে তথা আন আন বিষয়ববীয়াৰ উপস্থিতিত তথা আই টি আইৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বঙাইগাঁও কলেজৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই কৰ্মশালাত কেবাগৰাকীও বক্তাই বক্তব্য ৰাখে৷

সভাৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে কৰ্মশালাখনিত মূল বক্তা হিচাপে মহম্মদ পিংকু চৌধুৰীয়ে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক দক্ষতা বিকাশ সন্দৰ্ভত সাৰগৰ্ভ ভাষণ দিয়ে।

তেওঁ কয় যে আজিৰ আধুনিক পৃথিৱীত পঢ়া-শুনা কৰি চাকৰি বিচাৰি হতাশ নহৈ জীৱনত নিজৰ মাজত লুকাই থকা সম্ভাৱনীয়তাক বিকশিত কৰাই হ’ল দক্ষতা বিকাশ মিছনৰ উদ্দেশ্য।

এজন ল’ৰা বা ছোৱালীয়ে পঢ়া-শুনা নকৰিলেও তেওঁৰো কিবা ক্ষেত্ৰত সম্ভাৱনীয়তা থাকিব পাৰে।সেই সম্ভাৱনীয়তাক বিকশাই তুলি জীৱিকা হিচাপে গ্ৰহণ কৰিব পৰা যায়।

ইয়াৰ বাবে হয়তো কোনো প্ৰশিক্ষণ বা দিহা-পৰামৰ্শৰ প্ৰয়োজন। সহকাৰী আঁচনি প্ৰবন্ধক পিংকু চৌধুৰীয়ে তেওঁৰ ভাষণত লগতে কাপোৰ ডিজাইনিং, ফটোগ্ৰাফী, মেকআপ, এনকৰিং, বক্তৃতা আদি বিভিন্ন ক্ষেত্ৰত সফল কেবাগৰাকীও লোকৰ উদাহৰণেৰে অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলক দক্ষতা বিকাশৰ জৰিয়তে জীৱিকা নিৰ্বাহৰ বিষয়ে সজাগ কৰে।

আনকি আজিৰ যুগত ফেচবুকৰ জৰিয়তেও বহু কথা শিকি জীৱিকাৰ কৌশল আহৰণ কৰিব পাৰি য’ত নেকি ফেচবুক ব্যৱহাৰ কৰাটো ক্ষতিকাৰক বুলি ভবা হয়।

গতিকে ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰী চাকৰি নাপালেও হতাশ হোৱাৰ প্ৰয়োজন নাই বুলি কয় ৷ এই দক্ষতা বিকাশ সজাগতা কৰ্মশালা”সংকল্প” অৰ্থাৎ Skill Acquisition of Livelihood Knowledge Awareness চমুকৈ SANKALP কৰ্মশালাত শিক্ষা বিষয়া আমীৰ হুছেইন, বঙাইগাঁও কলেজৰ অধ্যক্ষা ৰূপাঞ্জলি দেৱী আৰু আই টি আই অধ্যক্ষ ৰাজু গোপাল আৰু দক্ষতা বিকাশ বিভাগৰ বিষয়ববীয়া ছফিকুল ইছলামেও বক্তব্য ৰাখে।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd