• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উদ্যোগত বঙাইগাঁও জিলাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শ্ৰদ্ধাঞ্জলি

NE NOW NEWS ইয়াছিন আলী
বঙাইগাওঁ , November 27, 2020 6:44 am

2 min read

IMG-20201126-WA0026

ফটো: নর্থইষ্ট নাও।

3.2k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে আবেলি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত, বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত বঙাইগাঁও জিলা ব্যাপি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

সন্ধিয়া বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা বজাৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, আহমেদ পেটেল আৰু জেষ্ঠ অধিবক্তা শাকিল আহমেদৰ আত্মাৰ সৎগতি কামনা কৰি বন্তি প্ৰজ্বলন কৰে।

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত আৰু নাম্বাৰপাৰা আঞ্চলিক সমিতিৰ সহযোগত বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত হয়।

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কৰ্মকৰ্তাৰ লগতে শিক্ষক সমাজ, কোকিলা প্ৰেছ ক্লাৱৰ প্ৰতিনিধি আৰু স্থানীয় লোক সকলে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী জনৰ বিদেহী আত্মাৰ সৎগতি কামনা কৰি বন্তি প্ৰজ্বলন কৰে।

বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত  নাম্বাৰপাৰা-চাকলা আঞ্চলিক সমিতিৰ সহযোগত নাম্বাৰপাৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে আহমেদ পেটেল, উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ্য অধিবক্তা শাকিল আহমেদৰ আত্মাৰ চিৰশান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসমৰ তিনিবাৰ কৈ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা তৰুণ গগৈৰ কৰ্মৰাজিক সোঁৰৰণ কৰা হয়।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিতিত থাকে ক্ৰমে এ এছ এছ পিৰ উপদেষ্টা লিয়াকত আলী খান, জিলা সভাপতি ৰফিকুল ইছলাম, উপসভাপতি জাকিৰ হুছেইন, সম্পাদক বানিজ উদ্দিন, আমিনুল ইছলাম, আঞ্চলিক সমিতিৰ সম্পাদক মহিবুল ইছলাম, নাম্বাৰপাৰা কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তাদ্বয় আবু তালেব আহমেদ, আব্দুল কালাম আজাদ, সাংবাদিক ৰফিক আলমৰ লগতে শতাধিক ৰাইজ।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd