• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্রুগড় বিশ্ববিদ্যালয়ৰ বিশ্ববিদ্যালয় সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত মেৰী কমক প্ৰশংসাৰে ওপচাই দিলে সোণোৱালে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 12, 2021 8:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৫২ সংখ্যক বিশ্ববিদ্যালয় সপ্তাহ উপলক্ষে আজি উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ লগতে উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডঃ লীলাকান্ত নাথ, ভাৰতৰ প্ৰসিদ্ধ ক্ৰীড়া আইকন পদ্ম বিভূষণ মেৰী কম, বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক জীতেন হাজৰিকা আদি ব্যক্তিসকল।

Apply Now

অনুষ্ঠানত সম্বোধন কৰি সৰ্বানন্দ সোণোৱালে পোনপ্ৰথমে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ সেউজীয়া পৰিৱেশৰ প্ৰশংসা কৰে। পৰিৱেশ পৰিস্থিতিৰ বাবে এনেকুৱা পৰিৱেশ খুবেই প্ৰয়োজনীয় বুলি তেওঁ উল্লেখ কৰে। বিভিন্ন দিশত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ শলাগ লয়।

ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিত্বৰ বিকাশৰ বাবে তেওঁলোকক শৃংখলাবদ্ধ আৰু বিজ্ঞানসন্মতভাৱে আগবঢ়ালৈ নিয়াত তেওঁ গুৰুত্ব আৰোপ কৰে। লগতে এইক্ষেত্ৰত অভিভাৱকসকলৰ অৱদানো গুৰুত্বপূৰ্ণ বুলি সোণোৱালে উল্লেখ কৰে। “এখন সমাজত উল্লেখযোগ্য পৰিৱৰ্তন আনিবলৈ হ’লে তিনি মহাশক্তিয়ে এঁক্যবদ্ধ প্ৰচেষ্টাৰে সেই পৰিৱৰ্তন সম্ভৱ কৰি তুলিব পাৰে।

এই তিনি মহাশক্তি হিচাপে তেওঁ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ কথা উল্লেখ কৰে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰ্যক এক মহান শক্তি বুলি কৈ ইয়াক দেশৰ উন্নয়নত ব্যৱহাৰ কৰিবলৈ সকলোকে আহ্বান জনায়। অনুষ্ঠানত উপস্থিত থকা ক্ৰীড়া আইকন মেৰী কমক তেওঁ ভূয়সী প্ৰশংসা কৰে।

এগৰাকী মহিলা, তিনিটা সন্তানৰ মাতৃ হৈও বক্সিঙত ছয়বাৰকৈ বিশ্ব চেম্পিয়ন হ’বলৈ সক্ষম হোৱা প্ৰজন্মৰ বাবে প্ৰেৰণাদায়ক বুলি সন্ত্ৰী সোণোৱালে উল্লেখ কৰে।

যুৱ শক্তিয়ে হৈছে আধুনিক ভাৰতৰ গঢ় দিওঁতা বুলি কৈ মন্ত্ৰীগৰাকীয়ে যুৱ প্ৰজন্মৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা ডিজিটেল ইণ্ডিয়া, ফ্কিল ইণ্ডিয়া, ষ্টাৰ্টআপ ইণ্ডিয়া আদি বিভিন্ন আঁচনিৰ কথাও উল্লেখ কৰে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আজি মাৰ্চপাষ্টৰো অভিবাদন গ্ৰহণ কৰে আৰু তেওঁলোকক আমন্ত্ৰণ কৰি অনাৰ বাবে স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ শলাগ লয়। গাৰ্ডেন আৰু নাৰ্ছাৰী তথা এটা গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ তৰফৰ পৰা যাৱতীয় আৰ্থিক সহযোগিতা আগবঢ়োৱা হ’ব বুলি তেখেতে ঘোষণা কৰে।

এই পদক্ষেপ ৰূপায়িত হ’লে শিক্ষানুষ্ঠানখনৰ সৌন্দৰ্য অধিক বৃদ্ধি হোৱাৰ লগতে ছাত্ৰ- ছাত্ৰীসকল উপকৃত হ’ব তেখেতে আশা ব্যক্ত কৰে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm
হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

হিন্দুত্ববাদী ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ ভাৰদ্বাজৰ বিৰুদ্ধে এজাহাৰ চিৰাগ পাছৱানৰ

September 5, 2026 12:16 pm
মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

মৰ্মান্তিক! পথ দুৰ্ঘটনাত নিহত ৮ গৰাকী অভিযান্ত্ৰিক শিক্ষাৰ্থী; ট্ৰাকৰ সৈতে প্ৰচণ্ড সংঘৰ্ষ শিক্ষাৰ্থীৰ বাহনৰ

September 5, 2026 11:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd