• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2026 3:17 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

থানে জিলাত এক ভয়ংকৰ চিকিৎসা গাফিলতিৰ ঘটনা পোহৰলৈ আহিছে। কল্যাণ-ডম্বিৱলী অঞ্চলৰ এখন চৰকাৰী চিকিৎসালয়ত ঋতুস্ৰাৱজনিত সমস্যাৰ বাবে ভৰ্তি হোৱা এগৰাকী ১৭ বছৰীয়া কিশোৰীক পৰিয়ালৰ সন্মতি অবিহনে গৰ্ভধাৰণৰ পৰীক্ষা কৰোৱা হয় আৰু চিকিৎসকে তাইক গৰ্ভৱতী বুলি এক ভুৱা ৰিপ’ৰ্ট প্ৰদান কৰে।

 

Apply Now

জানিব পৰা মতে, কিশোৰীগৰাকীক শেহতীয়াকৈ কল্যাণ-ডম্বিৱলীৰ শাস্ত্ৰী নগৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তাত চিকিৎসকে তাইক একেৰাহে তিনিবাৰকৈ গৰ্ভধাৰণৰ পৰীক্ষা কৰায় আৰু পৰিয়ালক জনায় যে কিশোৰীগৰাকীৰ ৰিপ’ৰ্ট পজিটিভ আহিছে। এই কথাত পৰিয়ালৰ লোকসকল আতংকিত হৈ পৰে আৰু লগে লগে তাইক আন এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়।

 

ব্যক্তিগত চিকিৎসালয়খনত পুনৰ পৰীক্ষা কৰাৰ পিছত ফলাফল ঋণাত্মক ওলায়, অৰ্থাৎ কিশোৰীগৰাকী গৰ্ভৱতী নহয় বুলি প্ৰমাণিত হয়। ইয়াৰ পিছতে চৰকাৰী চিকিৎসালয়খনৰ চিকিৎসা পদ্ধতি আৰু পৰীক্ষাক লৈ তীব্ৰ প্ৰশ্নৰ সৃষ্টি হৈছে। ব্যক্তিগত চিকিৎসালয়খনৰ চিকিৎসকে কিশোৰীগৰাকীৰ প্ৰকৃত ঋতুস্ৰাৱৰ সমস্যাটোৰ চিকিৎসা কৰে আৰু ঔষধ দি কিছু সময়ৰ পিছতে ঘৰলৈ যাবলৈ দিয়ে।

 

এই সমগ্ৰ ঘটনাক লৈ শাস্ত্ৰী নগৰ চিকিৎসালয়ৰ চিকিৎসকসকলৰ দায়িত্বহীনতাৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে গোচৰ ৰুজু কৰাৰ দাবী উত্থাপন হৈছে। শেহতীয়াকৈ এখন স্থায়ী সমিতিৰ বৈঠকত এই বিষয়টো উত্থাপন কৰা হয়, যাৰ পিছত পৌৰ আয়ুক্তই সমগ্ৰ ঘটনাটোৰ এক উচিত তদন্তৰ নিৰ্দেশ দিছে। বিষয়াসকলে জনোৱা মতে, কি পৰিস্থিতিত কিশোৰীগৰাকীৰ সন্মতি অবিহনে এই পৰীক্ষাসমূহ কৰা হৈছিল, সেয়া তদন্তৰ শেষতহে পোহৰলৈ আহিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

October 2, 2026 4:28 pm
চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

October 2, 2026 3:25 pm
‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

October 2, 2026 2:49 pm
জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

দক্ষিণ ভাৰতৰ বিশ্ববিদ্যালয় সমূহৰ  নিৰ্বাচনত বাঁওপন্থী সংগঠনৰ জয় : মুখ ঠেকেছা এবিভিপিৰ

October 2, 2026 4:28 pm
চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

October 2, 2026 3:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd