• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ন চন্দ্ৰ গোস্বামীৰ পৰলোকপ্ৰাপ্তি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 11, 2020 12:55 pm

1 min read

20200811-112259

সত্ৰাধিকাৰ নাৰায়ন চন্দ্ৰ গোস্বামী।

197
VIEWS
Share on FacebookShare on Twitter

মাজুলীৰ নতুন কমলাবাৰী সত্রৰ সত্রাধিকাৰ নাৰায়ণ চন্দ্র গোস্বামীৰ পৰলোকপ্ৰাপ্তি ঘটিছে।

গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত মঙলবাৰে পুৱা সত্ৰাধিকাৰ গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।

দীৰ্ঘদিন ধৰি অসুস্থ সত্রাধিকাৰগৰাকী লিভাৰ চিৰ’ছিছত ভূগি হাস্পাতলত চিকিৎসাধীন অৱস্থাতে আজি ৮০বছ বয়সত পৰলোকপ্ৰাপ্তি ঘটে।

সত্রাধিকাৰ নাৰায়ন চন্দ্ৰ গোস্বামীৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বান্দ সোণোৱালে শোক প্ৰকাশ কৰিছে।

আনহাতে, সত্রাধিকাৰগৰাকীৰ মৃত্যুৰ বাতৰি পোৱাৰ পাছতে তেওঁৰ গুণমুগ্ধসকলে বিভিন্ন মাধ্যমৰ জৰিয়তে শোক প্ৰকাশ কৰি বাৰ্তা দিছে।

বহুকেইটা বঁটাৰে সন্মানিত সত্রাধিকাৰগৰাকীয়ে শ্রীমন্ত শংকৰদেৱ বঁটা, শংকৰদেৱ শিল্প সাধনা বঁটা, জীৱনজোৰা সাধনা বঁটাকে ধৰি বহুকেইটা বঁটা তথা সন্মান লাভ কৰিছিল।

সত্ৰাধিকাৰ গোস্বামী এগৰাকী বৈষ্ণৱ পণ্ডিত হোৱাৰ উপৰি এগৰাকী সংস্কৃত পণ্ডিত আছিল। ব্ৰজবুলি ভাষাত লিখা তেওঁৰ পাণ্ডিত্যমূলক কৰ্মৰাজিৰ বাবেও তেওঁ অতি সুপৰিচিত আছিল।

নৱ বৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয় সংস্কৃতিৰ এগৰাকী একান্ত সাধক আছিল সত্ৰাধিকাৰ নাৰায়ন চন্দ্ৰ গোস্বামী।

Recent News

aa del

কলিয়াবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়ৰ আতংক

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd