• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৬ দফীয়া দাবীক লৈ বেংক ধৰ্মঘটৰ আহ্বান কৰ্মীৰ; চলিত মাহতে দুদিন ব্যাহত হ’ব পাৰে সেৱা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 7, 2026 5:14 pm
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্মচাৰী নিযুক্তি, পেঞ্চন আৰু কৰ্ম পৰিবেশৰ সৈতে জড়িত বিভিন্ন অমীমাংসিত অভিযোগৰ প্ৰতিবাদত ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰীয়ে চলিত ২০২৬ চনৰ ২৫ আৰু ২৬ মে’ত দুদিনীয়া দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাইছে।

এই ধৰ্মঘটৰ আহ্বান জনাইছে অল ইণ্ডিয়া ষ্টেট বেংক অৱ ইণ্ডিয়া ষ্টাফ ফেডাৰেশ্যনে। ২ মে’ত ফেডাৰেচনে এক বিবৃতিত কয় যে ১৯৪৭ চনৰ ঔদ্যোগিক বিবাদ আইনৰ অধীনত এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

Apply Now

ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি ইয়াত এইটোও কোৱা হৈছে যে যদি ঘোষণা কৰা কোনো তাৰিখ বন্ধৰ দিনত পৰে তেন্তে ২৭ মে’ত ধৰ্মঘট পালন কৰা হ’ব।

তথ্য অনুসৰি, এআইএছবিআইএছএফে ১৬টা দাবীৰ তালিকা দাঙি ধৰি কৰ্মচাৰীসকলৰ অধিকাৰ কৰ্তন কৰাৰ লগতে পূৰ্বৰ চুক্তিসমূহ কাৰ্যকৰী নকৰাৰ অভিযোগ উত্থাপন কৰিছে।

মূল দাবীসমূহৰ ভিতৰত আছে মেচেঞ্জাৰ আৰু সশস্ত্ৰ প্ৰহৰী নিযুক্তি, খালী পদ পূৰণ, স্থায়ী পদৰ আউটচ’ৰ্চিং বন্ধ কৰা আৰু ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ অধীনত পেঞ্চন সম্পৰ্কীয় সমস্যা সমাধান কৰা।

২০১৯ চনৰ পিছত নিযুক্তি পোৱা কৰ্মচাৰীসকলৰ ইন্ট্ৰা-চাৰ্কল ট্ৰেন্সফাৰ আৰু কেৰিয়াৰ প্ৰগ্ৰেছন ফ্ৰেমৱৰ্ক পুনৰীক্ষণৰ দাবীও জনাইছে ফেডাৰেচনে।ই আঙুলিয়াই দিছে যে প্ৰায় তিনিটা দশক ধৰি মেচেঞ্জাৰ নিযুক্তি স্থবিৰ হৈ আছে, যাৰ ফলত ফলপ্ৰসূভাৱে এটা পদ নাইকিয়া হৈছে।

স্থায়ী চাকৰি আউটচ’ৰ্চিঙৰ বিপদৰ ওপৰত আলোকপাত কৰি সংগঠনটোৱে চাকৰিৰ সুৰক্ষা আৰু দীৰ্ঘম্যাদী কৰ্মচাৰীৰ স্থিতিশীলতাক ক্ষতিগ্ৰস্ত কৰে বুলি সকীয়াই দিছে।

নিৰাপত্তাজনিত উদ্বেগ প্ৰকাশ কৰি এআইএছবিআইএছএফে শেহতীয়াকৈ চুৰাটৰ এছবিআইৰ এটা শাখাত সংঘটিত ডকাইতিৰ কথা উল্লেখ কৰি পৰ্যাপ্ত সংখ্যক সশস্ত্ৰ প্ৰহৰী নিযুক্তি দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এন পি এছৰ অধীনত কৰ্মচাৰীৰ পেঞ্চন ফাণ্ড মেনেজাৰ সলনি কৰাৰ ক্ষেত্ৰত নমনীয়তাৰ অভাৱতো ফেডাৰেচনে আপত্তি প্ৰকাশ কৰিছে আৰু ইয়াৰ ফলত অৱসৰৰ সঞ্চয়ত প্ৰভাৱ পৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে।

দৰমহাৰ সমতাৰ ক্ষেত্ৰত এআইএছবিআইএছএফে দ্বাদশ দ্বিপাক্ষিক নিষ্পত্তি আৰু নৱম যৌথ নোটৰ কথা উল্লেখ কৰে, যিয়ে সমগ্ৰ বেংকিং উদ্যোগৰ কৰ্মচাৰী আৰু তত্বাৱধায়ক কৰ্মচাৰী উভয়ৰে ১৭% দৰমহা বৃদ্ধি নিশ্চিত কৰিছিল। কিন্তু তেওঁলোকে অভিযোগ কৰে যে এছ বি আইয়ে বিষয়াসকলক অতিৰিক্ত বিশেষ দৰমহা প্ৰদান কৰি তেওঁলোকৰ কাৰ্যকৰী দৰমহা বৃদ্ধি প্ৰায় ২২% লৈ বৃদ্ধি পাইছে, আনহাতে কৰ্মচাৰীৰ দৰমহা ১৭%ত সীমাবদ্ধ হৈ আছে।

ধৰ্মঘটৰ পূৰ্বে ফেডাৰেচনে সমগ্ৰ দেশতে ধাৰাবাহিক কাৰ্যসূচীৰ ৰূপৰেখা দাঙি ধৰিছে, য’ত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত প্ৰতিবাদ, ছ’চিয়েল মিডিয়াত প্ৰচাৰ, সংবাদ মাধ্যমৰ সৈতে মত বিনিময় আৰু স্থানীয় আৰু প্ৰশাসনিক কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী আদি আছে।

অহা ১৯ মে’ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক এখন স্মাৰক পত্ৰ আৰু ২১ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক এখন আবেদন দাখিল কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

August 4, 2026 1:44 pm
গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

August 4, 2026 12:39 pm
‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

‘মই আগেয়ে ভাবিছিলো…’, বাঁকিপুৰত প্ৰশান্ত কিশোৰৰ জয়ৰ পিছত কি ক’লে অসমীয়া পত্নী জাহ্নৱীয়ে?

August 4, 2026 11:31 am
৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

৩ বছৰত দেশত বন্ধ হৈছে শ শ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান! আন্তঃগাঁথনিৰ অভাৱ, কেন্দ্ৰৰ তথ্যক লৈ উদ্বেগ

August 4, 2026 10:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

August 4, 2026 1:44 pm
গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

গ্ৰেপ্তাৰ ৰাজ্যৰ বিৰোধী দলৰ নেতা; অভিনেত্ৰী তৃষাক এনেকুৱা কি কথা কৈছিল উদয়নিধি ষ্টেলিনে?

August 4, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd