• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

SBIৰ নতুন আঁচনি; দুবছৰলৈ সকলো ধৰণৰ ঋণ আদায়ৰ ক্ষেত্ৰত দিব সকাহ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 22, 2020 2:52 pm
SBI-4-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউনৰ সময়ত যদি আপোনাৰ চাকৰি গুচি গৈছে আৰু আপুনি যদি গৃহ ঋণ বা গাড়ীৰ ঋণৰ কিস্তি কেনেকৈ দিব তাক লৈ উদ্বিগ্ন হৈ পৰিছে, তেতিয়াহ’লে চিন্তা নকৰিব।

SBIয়ে এনে গ্ৰাহকৰ বাবেই এক সুবিধা আৰম্ভ কৰিছে। SBIয়ে ইয়াৰ খুচুৰা ঋণৰ গ্ৰাহকৰ বাবে পৰ্টেল আৰম্ভ কৰিছে।

Apply Now

এই পৰ্টেলত আপুনি যিকোনো ঋণৰ পুনৰ গঠন (ৰিষ্ট্ৰাকশ্যাৰিং)ৰ বাবে আবেদন কৰিব পাৰিব।

SBIয়ে জানিবলৈ দিছে যে এই পৰ্টেলৰ জৰিয়তে সেইসকলৰ সোকৰ সমস্যাসমূহ দূৰ কৰিবলৈ বিচচৰা হৈছে যিসকলৰ কৰ’না বা লকডাউনৰ ফলত চাকৰি গুচি গৈছে আৰু আগন্তুক ৬,৮,৯ বা ১২ মাহত নতুন চাকৰিত যোগ দিব পাৰে।

অৱশ্যে, বেংকটোৱে কয় যে এইটো সম্পূৰ্ণ তেওঁৰ মূল্যায়নৰ ওপৰত নিৰ্ভৰ কৰিব কিয়নো তেওঁ কেতিয়া চাকৰি পাব সেইটো তেওঁৰ হাতত আছে, বেংকৰ হাতত নাই।

SBIয়ে জানিবলৈ দিছে যে মানুহে বেংকৰ শাখালৈ নগৈ প্ৰথমে এই পৰ্টেলৰ জৰিয়তে নিজৰ যোগ্যতা পৰীক্ষা কৰি লওক।

ইয়াৰ বাবে সৰ্ব প্ৰথমে SBIৰ ৱেবছাইট www.sbi.co.in ত গৈ আবেদন কৰিব লাগিব। এই আবেদনৰ বাবে এটা অ’টিপি মোবাইলত আহিব।

আবেদন কৰাৰ পাছত আপুনি জানিব পাৰিব যে আপুনি এই ম’ৰেটৰিয়ামৰ বাবে যোগ্য হয়নে নহয়। আপুনি যদি যোগ্য হয় তেতিয়াহ’লে এটা ৰেফাৰেন্স নম্বৰ পাব আৰু সেইটো লৈ আপুনি বেংকৰ শাখালৈ যাব লাগিব।

বাকী কাগজ-পত্ৰ কামখিনি তাত সম্পূৰ্ণ কৰিব লাগিব। ৰেফাৰেন্স নম্বৰৰ ম্যাদ মাত্ৰ ৩০দিনৰ বাবেহে থাকিব। নথিপত্ৰ পৰীক্ষাৰ পাছতহে ৰিষ্ট্ৰাকশ্যাৰিঙৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।

SBIৰ এই আঁচনিৰ অধীনত আপুনি ঋণৰ কিস্তি দুবছৰলৈকে পিছুৱাব পাৰিব। কিন্তু মনত ৰাখিব লাগিব যে এই মৰেটৰিয়াম RBIৰ প্ৰথম মৰেটৰিয়ামতকৈ পৃথক।

যিসকল গ্ৰাহকে ঋণ ৰিষ্ট্ৰাকশ্যাৰিং কৰিব বিচাৰে তেওঁলোকে বাকী ঋণৰ ম্যাদ শেষ হোৱালৈকে ০.৩৫শতাংশ অতিৰিক্ত সুত আদায় দিব লাগিব। অৰ্থাৎ ঋণৰ ম্যাদটো বাঢ়িবই, লগতে সুতৰ নতুন ধৰণে হ’ব বা কিস্তিও বাঢ়ি যাব।

এই আঁচনিৰ বাবে যোগ্যতা অৰ্জন কৰিব যদিহে আপোনাৰ দৰমহা ২০২০ৰ আগষ্টত ২০২০ৰ ফেব্ৰুৱাৰিৰ তুলনাত কম হৈ আহিছে, লকডাউনত আপোনাৰ দৰমহা কৰ্তন হৈছে বা পাছত বঢ়াই দিয়া হৈছে।

সেইদৰে, আপোনাৰ সংস্থাপন গুচি গৈছে বা ব্যৱসায় বন্ধ হৈ গৈছে, যদি আপুনি নিজে ব্যৱসায় কৰে আৰু এনেকুৱা ক্ষেত্ৰত আপোনাৰ ব্যৱসায় বন্ধ হৈ গৈছে বা হ্ৰাস পাইছে তেতিয়াহ’লেও আপুনি ইয়াৰ বাবে আবেদন কৰিব পাৰিব।

এই আঁচনিৰ অধীনত গৃহ ঋণ, অটো ঋণ, শিক্ষা ঋণৰ লগতে ব্যক্তিগত ঋণো পৰিব।

সংশ্লিষ্ট গ্ৰাহকসকলে ২০২০ৰ ২৪ ডিচেম্বৰলৈকে আবেদন কৰিব পাৰিব। মৰেটিৰয়ামৰ সময়ছোৱাত আপুনি ঋণৰ কিস্তি আদায় দিব নালাগে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিল বিৰোধী আইনত ৰাষ্ট্ৰপতিৰ অনুমোদন: দোষী সাব্যস্ত হ’লে হ’ব দহ বছৰৰ জেইল, দহ কোটি টকাৰ জৰিমনা

প্ৰশ্নকাকত ফাদিল বিৰোধী আইনত ৰাষ্ট্ৰপতিৰ অনুমোদন: দোষী সাব্যস্ত হ’লে হ’ব দহ বছৰৰ জেইল, দহ কোটি টকাৰ জৰিমনা

August 1, 2026 4:38 pm
ধেমাজিত পুনৰ বানৰ তাণ্ডৱ: জিয়াধলৰ সোঁতত উটি গ’ল বাসগৃহ, কথমপি প্ৰাণৰক্ষা বৃদ্ধা মাতৃ আৰু অসুস্থ কন্যাৰ

ধেমাজিত পুনৰ বানৰ তাণ্ডৱ: জিয়াধলৰ সোঁতত উটি গ’ল বাসগৃহ, কথমপি প্ৰাণৰক্ষা বৃদ্ধা মাতৃ আৰু অসুস্থ কন্যাৰ

August 1, 2026 2:55 pm
বিহাৰৰ কিন্নৰ সমাজে নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ মন্দিৰ : প্ৰধানমন্ত্ৰীৰ মূৰ্তিৰ সন্মুখত কৰিব পূজা-অৰ্চনা

বিহাৰৰ কিন্নৰ সমাজে নিৰ্মাণ কৰিব নৰেন্দ্ৰ মোদীৰ মন্দিৰ : প্ৰধানমন্ত্ৰীৰ মূৰ্তিৰ সন্মুখত কৰিব পূজা-অৰ্চনা

August 1, 2026 12:34 pm
হিৰোচিমাৰ উপকূলীয় বালিত ৰহস্যময় পদাৰ্থৰ; ৭হাজাৰ ডিগ্ৰী চেলছিয়াছ তাপত সৃষ্ট অনন্য ধাতু!

হিৰোচিমাৰ উপকূলীয় বালিত ৰহস্যময় পদাৰ্থৰ; ৭হাজাৰ ডিগ্ৰী চেলছিয়াছ তাপত সৃষ্ট অনন্য ধাতু!

August 1, 2026 12:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিল বিৰোধী আইনত ৰাষ্ট্ৰপতিৰ অনুমোদন: দোষী সাব্যস্ত হ’লে হ’ব দহ বছৰৰ জেইল, দহ কোটি টকাৰ জৰিমনা

প্ৰশ্নকাকত ফাদিল বিৰোধী আইনত ৰাষ্ট্ৰপতিৰ অনুমোদন: দোষী সাব্যস্ত হ’লে হ’ব দহ বছৰৰ জেইল, দহ কোটি টকাৰ জৰিমনা

August 1, 2026 4:38 pm
ধেমাজিত পুনৰ বানৰ তাণ্ডৱ: জিয়াধলৰ সোঁতত উটি গ’ল বাসগৃহ, কথমপি প্ৰাণৰক্ষা বৃদ্ধা মাতৃ আৰু অসুস্থ কন্যাৰ

ধেমাজিত পুনৰ বানৰ তাণ্ডৱ: জিয়াধলৰ সোঁতত উটি গ’ল বাসগৃহ, কথমপি প্ৰাণৰক্ষা বৃদ্ধা মাতৃ আৰু অসুস্থ কন্যাৰ

August 1, 2026 2:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd