• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জ্যেষ্ঠ নাগৰিকলৈ SBIৰ উপহাৰ! ৩১ডিচেম্বৰলৈকে সুবিধা ল’ব পাৰিব এই আঁচনিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 14, 2020 1:22 pm
SBI-4-660x375
16.9k
VIEWS
Share on FacebookShare on Twitter

ষ্টেট বেংক অফ ইণ্ডিয়াই ইয়াৰ জ্যেষ্ঠ নাগৰিক গ্ৰাহকলৈ এক উপহাৰ আগবঢ়াইছে।

দেশৰ আটাইতকৈ বৃহৎ চৰকাৰী খণ্ডৰ বেংক এছ বি আয়ে জ্যেষ্ঠ নাগৰিকসকলৰ বাবে বিশেষ ফিক্স ডিপ’জিট আঁচনিত বিনিয়োগৰ অন্তিম তাৰিখ ৩১ডিচেম্বৰলৈ বৃদ্ধি কৰিছে।

ইয়াৰ পূৰ্বে বেংকটোৱে এই আঁচনিৰ ম্যাদ ৩০ ছেপ্টেম্বৰলৈকে থকাৰ কথা ঘোষণা কৰিছিল।

বেংকটোৱে যোৱা মে’ মাহত জ্যেষ্ঠ নাগৰিকৰ বাবে এছ বি আই ‘উই কেয়াৰ’ ছিনিয়ৰ চিটিজেনছ টাৰ্ম ডিপ’জিট স্কীম ঘোষণা কৰিছিল।

সেই সময়ত সুতৰ হাৰ হ্ৰাস পোৱালৈ চাই জ্যেষ্ঠ নাগৰিকক উচ্চ সুতৰ হাৰ প্ৰদান কৰাৰ বাবে এই আঁচনি আৰম্ভ কৰিছিল।

এছ বি আইৰ এই আঁচনিত ৫বছৰ বা ইয়াৰ অধিক সময়ৰ ফিক্স ডিপ’জিটৰ ওপৰত ৩০বেছিছ পইন্টৰ অতিৰিক্ত প্ৰিমিয়াম তৎকালীনভাৱে লাভ কৰিব।

এই আঁচনি মাত্ৰ ২০২০ৰ ৩১ ডিচেম্বৰলৈকে প্ৰযোজ্য থাকিব। এই আঁচনিত ৬০বছৰ বা ইয়াৰ অধিক বয়সৰ লোকে বিনিয়োগ কৰিব পাৰে।

এই আঁচনি ৫বছৰ বা তাতোকৈ অধিক সময়ৰ বাবে প্ৰযোজ্য। এই আঁচনিত বিনিয়োগৰ জমা ধন ৰাশিৰ সৰ্বোচ্চ সীমা ২কোটি টকাতকৈ কম হ’ব লাগিব।

উই কেয়াৰ ডিপ’জিটত ম্যাদ সম্পূৰ্ণ হোৱাৰ পূৰ্বে ধন উলিয়ালে অতিৰিক্ত সুত দিয়া নহয়।

উল্লেখ্য যে জ্যেষ্ঠ নাগৰিকে ৫বছৰৰ কম ৰিটেল টাৰ্ম ডিপ’জিটৰ ওপৰত সাধাৰণ নাগৰিকৰ তুলনাত ০.৫০ শতাংশ অধিক সুত লাভ কৰে। সেইদৰে ৫ বছৰৰ অধিক ৰিটেল টাৰ্ম ডিপ’জিটৰ ওপৰত ০.৮০শতাংশ সুত লাভ কৰে য’ত অতিৰিক্ত ০.৩০শতাংশ অন্তৰ্ভুক্ত আছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd