• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

SBI ৰ ATM কাৰ্ড ব্যৱহাৰ কৰে? জানি লওক, টকা উলিওৱাৰ নতুন নিয়ম

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 10, 2020 6:48 pm

2 min read

SBI to change ATM cash withdrawal rules from Sep 18

এচ বি আই এ টি এমৰ ফাইল ছবি।

2k
VIEWS
Share on FacebookShare on Twitter

আপুনি যদি ষ্টেট বেংক অফ ইণ্ডিয়াৰ(এছ বি আই) এটিএম কাৰ্ড ব্যৱহাৰ কৰে তেনেহ’লে আপোনাৰ বাবে আছে এটা নতুন খবৰ।

এছবিআইয়ে ১ জানুৱাৰিৰ পৰা এটিএমত টকা উলিওৱাৰ নিয়মৰ পৰিৱৰ্তন ঘটাইছে।

নতুন নিয়ম অনুসৰি আপুনি ৱান টাইম পাছৱৰ্ড (OTP)ৰ জৰিয়তেহে নগদ ধন উলিওৱাৰ সুবিধা পাব।

প্ৰকৃততে, এছবিআইয়ে অ’টিপি নিৰ্ভৰ এটিএম উইড্ৰ’লৰ সুবিধা মুকলি কৰিছে।

এই সুবিধাৰ জৰিয়তে যেতিয়া আপুনি এছবিআইৰ এটিএম মেছিনৰ পৰা নগদ ধন উলিয়াবৰ বাবে কাৰ্ড সুমুৱাব তেতিয়াই আপোনাৰ পঞ্জীয়ন থকা মোবাইল নম্বৰত ৱান টাইম পাছৱৰ্ড (OTP) জেনেৰেট হ’ব।

নতুন সুবিধা অনুসৰি যেতিয়া কাৰ্ডৰ গৰাকীয়ে এছবিআইৰ এটিএমত উলিয়াবলগীয়া টকাৰ পৰিমান দিব তেতিয়াই স্ক্ৰীণত OTP এন্টাৰ কৰাৰ বিকল্প আহিব। এই OTP স্ক্ৰীণত এন্টাৰ কৰাৰ পাছতহে নগদ ধন উলিয়াব পাৰিব।

sbi-news_122719043506 2
এছ বি আইৰ নতুন অ’টিপি নিৰ্ভৰ এটিএম উইড্ৰ’লৰ নিয়ম।

উল্লেখযোগ্য যে OTP নিৰ্ভৰ টকা উলিওৱাৰ সুবিধা এছ বি আই কাৰ্ডেৰে আন বেংকৰ এটিএমত নগদ ধন উলিওৱাৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।

তদুপৰি, নতুন নিয়ম অনুসৰি এতিয়া পুৱা ৮বজাৰ পৰা নিশা ৮বজাৰ ভিতৰতহে আপুনি ট্ৰ্যঞ্জেকশ্যন কৰিব পাৰিব।

এই সুবিধা ১০,০০০ টকাৰ অধিক ট্ৰ্যঞ্জেকশ্যনতহে লাভ কৰিব। কোৱা হৈছে যে OTP নিৰ্ভৰ টকা উলিওৱাৰ সুবিধাৰ জৰিয়তে গ্ৰাহকৰ ধনৰ সুৰক্ষা বাঢ়িব।

আনহাতে, গ্ৰাহক ডুপ্লিকেট কাৰ্ডৰ জৰিয়তে টকা উলিয়াই নিয়াৰ বিপদৰ পৰা ৰক্ষা পৰিব। অৱশ্যে, ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইল নম্বৰটো বেংক একাউন্টৰ সৈতে আপডেট কৰি ৰাখিব লাগিব।

Recent News

aa del

কলিয়াবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়ৰ আতংক

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd