• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আদালত অৱমাননাৰ অভিযোগত উচ্চতম ন্যায়ালয়ত দোষী সাৱ্যস্ত অধিবক্তা প্ৰশান্ত ভূষণ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 14, 2020 2:04 pm
Prashant-Bhushan

বিশিষ্ট অধিবক্তা প্ৰশান্ত ভূষণ। ফাইল ফটো

1.5k
VIEWS
Share on FacebookShare on Twitter

আদালত অৱমাননাৰ অভিযোগত দোষী সাৱ্যস্ত হৈছে বিশিষ্ট আইনজ্ঞ অধিবক্তা প্ৰশান্ত ভূষণ।

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অৰুণ মিশ্ৰৰ নেতৃত্বৰ তিনি সদস্যৰ খণ্ড বিচাৰপীঠে এই কথা জনায়।

অৱশ্যে, প্ৰশান্ত ভূষণৰ শাস্তি কি হ’ব সেয়া আজি ঘোষণা কৰা নাই। অহা ২০ আগষ্টত তাৰ বাবে শুনানি হ’ব।

আদালত অৱমাননাৰ বাবে সৰ্বোচ্চ ছয় মাহৰ জেইল বা ২০ হাজাৰ টকাৰ জৰিমনা অথবা দুয়োটাই হ’ব পাৰে।

উল্লেখ্য যে যোৱা ২৭জুনত উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে আৰু ২৯জুনত মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে প্ৰশান্ত ভূষণে টুইট কৰিছিল।

ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ে তেওঁক যোৱা ২২জুলাইত জাননী দিয়ে।

প্ৰথমটো টুইটত প্ৰশান্ত ভূষণে অভিযোগ কৰিছিল যে গণতন্ত্ৰ ধ্বংস কৰাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয় আৰু শেষৰজন প্ৰাক্তন ন্যায়াধীশৰ ডাঙৰ ভূমিকা আছে।

সেইদৰে, আনটো টুইটত মুখ্য ন্যায়াধীশ ব’বডেই কিয় এজন বিজেপি কৰ্মীৰ  বিলাসী বাইক চলাইছে তাক লৈ তেওঁ অভিযোগ তুলিছিল।

আনহাতে, গোচৰ চলি থকাৰৰ সময়ত বিশিষ্ট আইনজীৱী প্ৰশান্ত ভূষণে উক্ত টুইটৰৰ বাবে ক্ষমা খুজিবলৈ সাজু হোৱা নাছিল। বৰঞ্চ তেওঁ ইয়াক তেওঁৰ সাংবিধানিক অধিকাৰৰ অংশ বুলিহে দাবী কৰিছিল।

তাৎপৰ্যপূৰ্ণভাৱে, প্ৰশান্ত ভূষণৰ বিৰুদ্ধে আন এটি আদালত অৱমাননাৰ গোচৰো চলি আছে। সেই একেইখন খণ্ড বিচাৰপীঠতে তাৰো শুনানি হ’ব।

উল্লেখ্য যে ২০০৯চনত এক সাক্ষাৎকাৰত তদানীত্বন মুখ্য ন্যায়াধীশক লৈ তেওঁ আপত্তিজনক মন্তব্য কৰিছিল যাৰ বাবে সেই গোচৰ তৰা হয়। অহা ১৭ আগষ্টত সেই গোচৰৰো শুনানি লোৱা হ’ব।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd