• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

সৰ্বোচ্চ ন্যায়ালয়ৰ অৰ্ণৱ গোস্বামীলৈ পুনৰ সকাহ : চি বি আইলৈ হস্তান্তৰ কৰিব নোৱাৰিব গোচৰ

গ্ৰেপ্তাৰ নহয় অৰ্ণৱ গোস্বামীক নিৰাপত্তা প্ৰদানহে কৰিব লাগিব মুম্বাই আৰক্ষীয়ে, সৰ্বোচ্চ ন্যায়ালয়

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 19, 2020 3:12 pm

2 min read

1525684560_7pXvub_FEATURE-960x540
12.5k
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে উচ্চতম ন্যায়ালয়ে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক পুনৰ সকাহ প্ৰদান কৰিলে।

অৰ্ণৱ গোস্বামীৰ গোচৰটোক মুম্বাইৰ আৰক্ষীৰ পৰা কেন্দ্ৰীয় অসন্ধানকাৰী সংস্থা চি বি আইলৈ হস্তান্তকৰণৰত বাধা আৰোপ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে ইতিমধ্যে  দেশত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা আৰু মৰ্যাদা হানিকৰ মন্তব্য কৰাৰ অভিযোগত অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

ন্যায়াধীশ ডি ৱাই চন্দ্ৰহুড আৰু এম আৰ শ্বাহ যুটীয়া বেঞ্চে দেশৰ বিভিন্ন স্থানত একেটা অভিযোগত অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰসমূহ খাৰিজ কৰিছে।

পালঘৰ গণপ্ৰহাৰ কাণ্ডৰ সন্দৰ্ভত নিজৰ টক শ্ব’ত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে মৰ্যাদা হানিকৰ মন্তব্য কৰাৰ বিৰুদ্ধে কংগ্ৰেছ দলে দেশৰ বিভিন্ন স্থানত গোস্বামীৰ বিৰুদ্ধে বহু সংখ্যক এজাহাৰ দাখিল কৰিছিল।

ক’ৰ্টে এই সংক্ৰান্তত আৰু কোনো নতুন এজাহাৰ দাখিল কৰিব নোৱাৰিব বুলিও নিৰ্দেশ দিয়ে।

এই সম্পৰ্কীয় কেৱল নাগপুৰ আৰক্ষীয়ে ৰুজু কৰা প্ৰথমটো গোচৰহে আৰক্ষীয়ে তদন্ত কৰিব পাৰিব।

ইফালে ইতিপূৰ্বে তিনি সপ্তাহৰ বাবে আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি দিয়া নিৰ্দেশনাটোৰ ম্যাদ বৃদ্ধি কৰিছে শীৰ্ষ আদালতখনে।

ফলত মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক এতিয়া গ্ৰেপ্তাৰ কৰিব নোৱাৰিব।

বৰং মুম্বাই আৰক্ষীক অৰ্ণৱ গোস্বামীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈহে নিৰ্দেশ দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে।

Recent News

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

a mori

মৰিগাঁৱত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

index

‘দুটি সন্তানৰ নীতি’ আইন বলৱৎ কৰাৰ দাবী জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd