• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩ আগষ্টৰ পৰা অন্ধ্ৰপ্ৰদেশত বিদ্যালয় পুনৰ খোলাৰ ঘোষণা মুখ্য মন্ত্ৰী জগন মোহন ৰেড্ডীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 19, 2020 9:01 pm
জগন মোহন ৰেড্ডী

জগন মোহন ৰেড্ডী

4.6k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভবিষ্যত সম্বন্ধে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অন্ধ্ৰপ্ৰদেশ চৰকাৰে।

অন্ধ্ৰপ্ৰদেশৰ মুখ্য মন্ত্ৰী ওৱাই এছ জগন মোহন ৰেড্ডীয়ে মঙলবাৰে অন্ধ্ৰপ্ৰদেশৰ বিদ্যালয়সমূহ ৩ আগষ্টৰ পৰা পুনৰ খোলা হ’ব বুলি ঘোষণা কৰে।

মুখ্য মন্ত্ৰী ৰেড্ডীৰ ঘোষণাৰ পাছতে বিদ্যালয় সমূহ ক’ৰ’নাৰ সংক্ৰমণৰ বাবে আৰু প্ৰায় আঢ়ৈ মাহৰ অধিক সময় বন্ধ হৈ থকাটো নিশ্চিত হয়।

মুখ্য মন্ত্ৰী ৰেড্ডীয়ে ৰাজ্যৰ ১৫,০০০ খন বিদ্যালয়ক জুলাই মাহৰ ভিতৰতে নাডু-নেডু আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰী ৰেড্ডীয়ে তেওঁৰ চৰকাৰে বৰ্তমানলৈ এই কামৰ বাবে ৪৫৬ কোটি টকা মুকলি কৰি দিয়া হৈছে বুলি কয়।

উল্লেখযোগ্য যে, সমগ্ৰ দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে বিদ্যালয়ৰ লগতে সকলো প্ৰকাৰৰ শিক্ষা প্ৰতিষ্ঠান সমূহ বন্ধ হৈ আছে।

অসমতো বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি প্ৰাথমিক বিদ্যালয় সমূহলৈ সকলো শৈক্ষিক অনুষ্ঠান বন্ধ হৈ আছে।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd