• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইবাৰ আহি আছে ‘APAAR’; স্কুলীয়া শিক্ষাৰ্থীৰ নামত হ’ব ইছ্যু, কি হ’ব এই নতুন কাৰ্ডত?

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 16, 2023 9:07 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়া কেন্দ্ৰই আধাৰৰ দৰে ‘আপাৰ’ কাৰ্ড প্ৰদানৰ নিৰ্দেশ দিছে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই নিৰ্দিষ্ট কাৰ্ড প্ৰদান কৰা হ’ব। ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত এই পদক্ষেপ বাধ্যতামূলক। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ‘এক দেশ, এক আইডি’ প্ৰস্তুত কৰিবলৈ এই কাৰ্ডখন দিয়া হ’ব। ইয়াত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনৰ গ্ৰাফ নথিভুক্ত কৰা হ’ব।

ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু ‘এক দেশ, এক আইডি’ৰ অধীনত সকলো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক ‘অটোমেটেড পাৰ্মানেন্ট একাডেমিক একাউন্ট ৰেজেষ্ট্ৰি’ বা ‘APAAR’ কাৰ্ড প্ৰদান কৰা হ’ব। এই সিদ্ধান্ত লৈছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে।

এই কাৰ্ড দেশৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক দিয়া হ’ব। ইয়াৰ বাবে ইতিমধ্যে বিভিন্ন ৰাজ্যৰ বিদ্যালয়লৈ গাইডলাইন প্ৰেৰণ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলক কাৰ্ড প্ৰদানৰ বাবে অভিভাৱকৰ পৰা সন্মতি ল’বলৈ কোৱা হৈছে।

Apply Now

লগতে পঢ়কঃ অঘটন নহয়, সফল হ’ল ক্ৰিকেটৰ পৰিভাষা! বিশ্ব চেম্পিয়নক হৰুৱালে আফগানিস্তানে

জনা যায় যে এই ‘অটোমেটেড পাৰ্মানেন্ট একাডেমিক একাউন্ট ৰেজেষ্ট্ৰি’ কাৰ্ডত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনৰ গ্ৰাফ নথিভুক্ত কৰা হ’ব। ইফালে  বিদ্যালয়ৰ যিসকল ছাত্ৰ-ছাত্ৰীৰ নামত ‘আপাৰ’ কাৰ্ড প্ৰদান কৰা হ’ব, তেওঁলোকৰ আধাৰ কাৰ্ডো থাকিব। আপাৰ কাৰ্ডখনত শিক্ষাৰ্থীজনৰ জীৱনকালীন শিক্ষাৰ গ্ৰাফহে নথিভুক্ত থাকিব। ‘অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেচন’ৰ অধ্যক্ষ টি জি সীতাৰমণে কয় যে, ‘আপাৰ আৰু ৰাষ্ট্ৰীয় ক্ৰেডিট ফ্ৰেমৱৰ্ক হ’ব দেশৰ ছাত্ৰ-ছাত্ৰীৰ QR ক’ড।’

বাতৰি অনুসৰি বিদ্যালয়সমূহক ১৬ অক্টোবৰৰ পৰা ১৮ অক্টোবৰৰ ভিতৰত অভিভাৱকৰ সৈতে বৈঠকত মিলিত হৈ বিষয়টো আলোচনা কৰিবলৈ কোৱা হৈছে। অভিভাৱকসকলক আপাৰ কাৰ্ডৰ গুৰুত্ব বিদ্যালয় কৰ্তৃপক্ষই বুজাব লাগিব। ছাত্র-ছাত্রীৰ আধাৰ কাৰ্ডৰ তথ্যৰ পৰা আপডেট কৰা হ’ব আপাৰ কাৰ্ডখন। বিদ্যালয়সমূহক ছাত্ৰ-ছাত্ৰীৰ তেজৰ গ্ৰুপ, ওজন আৰু উচ্চতাৰ তথ্যও ৰাখিবলৈও কোৱা হৈছে। সেই তথ্য UDISE পৰ্টেলত আপলোড কৰিবলৈ কোৱা হৈছে।

ইপিনে, এই নতুন কাৰ্ডৰ বিষয়টো শিক্ষকৰ বাবে মূৰৰ কামোৰণিত পৰিণত হৈছে। ইয়াৰ পূৰ্বে আধাৰ পৰ্টেলত ছাত্ৰ-ছাত্ৰীৰ তথ্য আপডেট কৰাৰ সময়ত তেওঁলোক অসুবিধাজনক পৰিস্থিতিৰ সন্মুখীন হৈছিল। আৰু এতিয়া তেওঁলোকক এই আপাৰ কাৰ্ডখনৰ কাম কৰিবলৈ কোৱা হৈছে। এনে পৰিস্থিতিত বিভিন্ন বিদ্যালয়ৰ শিক্ষকসকলে অভিযোগ কৰে যে তেওঁলোকে পঢ়া-শুনাৰ চিন্তা কৰাৰ সময়ে নোপোৱা হৈছে।

লগতে পঢ়কঃ পুৱাৰ চাহকাপৰ সৈতে মিলাই খাওঁক এইকেইবিধ মচলা, বৃদ্ধি পাব ৰোগ প্ৰতিৰোধ ক্ষমতা!

আনহাতে, চৰকাৰে এই আপাৰ কাৰ্ডৰ তথ্য গোপনীয় হৈ থকাটো নিশ্চিত কৰিছে। এই তথ্য প্ৰয়োজন সাপেক্ষেহে চৰকাৰী সংস্থাসমূহক দিয়া হ’ব। ইফালে এই কাৰ্ড ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ সন্মতি অবিহনে বনাব নোৱাৰিব। আৰু যদি কোনো অভিভাৱকে সন্মতি দিয়ে তেন্তে পিছত সেই সন্মতি প্ৰত্যাহাৰ কৰিবও পাৰে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd