• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাঁৱে গাঁৱে আইচলেচন কেন্দ্ৰ স্থাপনৰ বাবে শিক্ষানুষ্ঠান নিৰ্বাচন বোকাখাত মহকুমা প্ৰশাসনৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
May 20, 2020 7:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ বোকাখাতত দুজনকৈ লোকৰ শৰীৰত কভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ লগতে বোকাখাতৰ নগৰাঞ্চলত তিনিটাকৈ কোৱাৰেন্টাইন কেন্দ্ৰ স্থাপনৰ পাছত যথেষ্ট পৰিমাণে সতৰ্ক হৈ পৰিছে মহকুমা প্ৰশাসন।

মহকুমাধিপতি বিবেক শ্যামে দিয়া এক নিৰ্দেশ যোগে বোকাখাত মহকুমাৰ ১১৭খন ৰাজহ গাঁৱৰ প্ৰতিখনতে ২খনকৈ চৰকাৰী প্ৰাথমিক, মাধ্যমিক, উচ্চ বুনিয়াদী, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিৰ্বাচন কৰা হৈছে।

Apply Now

নিৰ্বাচিত বিদ্যালয়সমূহৰ চাৰিসীমাৰ বেৰা, বিজুলী সংযোগ সু-ব্যৱস্থা, খোৱা পানীৰ ব্যৱস্থা থকা, ভাল শৌচাগাৰ আৰু গা ধোৱাৰ সুবিধা থকাৰ লগতে পৰ্যাপ্ত পৰিমাণে ডেক্স-বেন্স থকাতো নিশ্চিত কৰি এখন তালিকা প্ৰস্তুত কৰা হয়।

মহকুমাধিপতিৰ মতে বহিঃ ৰাজ্যৰ পৰা বোকাখাতলৈ অহা লোকসকলক কোৱাৰেইন্টাইন কেন্দ্ৰত পৰীক্ষাৰ পাচত কভিড-১৯ ধৰা পৰিলে চিকিৎসাৰ বাবে পঠিয়াই দিয়া হ’ব।

ইয়াৰ বিপৰীতে কভিড-১৯ৰ উপস্থিতি ধৰা নপৰা ব্যক্তি সকলক নিজৰ অঞ্চলত থকা উক্ত বিদ্যালয়সমূহত স্থাপন কৰা আইচলেচন কেন্দ্ৰত হোম কোৱাৰেন্টাইন কৰি ৰখা হ’ব বুলি তেওঁ জনায়।

গাঁৱৰ বিদাযলয়বোৰত স্থাপন কৰিব লগা এই আইচলেচন কেন্দ্ৰবোৰ নিৰীক্ষণ কৰিবৰ বাবে বোকাখাতৰ সমূহ ছাত্ৰ সংগঠনৰ সদস্যসকলক আহ্বান জনাইছে মহকুমাধিপতিয়ে।

বিদ্যালয়সমূহৰ এই আইচলেচন কেন্দ্ৰবোৰক বোকাখাত মহকুমা প্ৰশাসনৰ তৰফৰ পৰা চাউল আৰু ডাইলৰ যোগান ধৰিব আৰু পৰিয়ালৰ লোকে খাদ্য প্ৰস্তুত কৰি এই কেন্দ্ৰত থকা পৰিয়ালৰ সদস্যক দিব পাৰিব বুলিও তেওঁ জনায়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd