• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মংগল গ্ৰহৰ মাটিৰ গভীৰত লুকাই আছে বিশাল মহাসাগৰ! জনাইছে ইনচাইট লেণ্ডাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2024 2:39 pm
ফটোঃ সংগ্ৰহীত

ফটোঃ সংগ্ৰহীত

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৃথিৱীৰ দৰে মংগল গ্ৰহও বসবাসযোগ্য হ’ব পাৰেনে? তাত পানী আছে নেকি? এনে সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি অহৰহ গৱেষণা চলি আছে। ইয়াৰ মাজতে আশ্চৰ্যজনক তথ্য পোহৰলৈ আহিছে।

ভূপদাৰ্থ বিজ্ঞানীসকলে অনুমান কৰিছে যে মংগল গ্ৰহৰ মাটিৰ গভীৰত তৰল অৱস্থাত বৃহৎ পৰিমাণৰ পানী আছে। মুঠতে এটা বিশাল সাগৰ। এই বিশাল জলভাণ্ডাৰ মংগল গ্ৰহৰ পৃষ্ঠৰ ১১.৫-২০ কিলোমিটাৰ গভীৰত আছে।

এই চাঞ্চল্যকৰ তথ্যৰ আঁৰত আছে আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ মাৰ্চ ইনছাইট লেণ্ডাৰ। নাছাৰ এই লেণ্ডাৰখনে পৃথিৱীৰ ওচৰৰ গ্ৰহ বিচাৰি অহৰহ অনুসন্ধান কৰি আহিছে।

Apply Now

লগতে পঢ়কঃ তাৰকা ক্ৰিকেটাৰৰ পুত্ৰই জিকিলে দুটাকৈ অলিম্পিক স্বৰ্ণ! দুবছৰ আগতে পিতৃক সহায় কৰিছিল শচীনে

মংগল গ্ৰহৰ ইনছাইট লেণ্ডাৰে প্ৰেৰণ কৰা ভূমিকম্পীয় তথ্য বিশ্লেষণ কৰি অনুমান কৰা হৈছে মংগল গ্ৰহৰ পৃষ্ঠৰ তলত বিশাল জলাশয় আছে। ভূমিকম্পীয় তথ্যত মূলতঃ মংগল গ্ৰহত হোৱা কম্পনৰ পৰিমাণ লিপিবদ্ধ কৰা হয়। এই তথ্যৰ সহায়ত বিজ্ঞানীসকলে বিতং গৱেষণা কৰিছে।

তেওঁলোকে লগতে জনায় যে এসময়ত মংগল গ্ৰহত পানী আছিল। কিন্তু প্ৰায় ৩০০ কোটি বছৰ আগতে সেয়া মংগল গ্ৰহৰ পৃষ্ঠৰ পৰা নোহোৱা হৈ গৈছিল। মংগল গ্ৰহৰ এই জলচক্ৰৰ ব্যাখ্যাত গৱেষক শ্বেন ৰাইট আৰু তেওঁৰ সহযোগীসকলেও জলবায়ু পৰিৱৰ্তনৰ ওপৰত গভীৰভাৱে পৰ্যবেক্ষণ কৰিছে। তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে দাবী কৰে যে মংগল গ্ৰহত এই পানীৰ উপস্থিতিয়ে প্ৰকৃততে মংগল গ্ৰহত প্ৰাণৰ অস্তিত্ব আৰু জলবায়ুৰ অৱস্থাৰ অস্তিত্বৰ ইংগিত দিয়ে।

লগতে পঢ়কঃ আদানীৰ বাবেই! বাংলাদেশলৈ ৰপ্তানিৰ বাবে নিৰ্মাণ কৰা আদানীৰ বিদ্যুৎকেন্দ্ৰৰ বিদ্যুৎ ভাৰততো বিক্ৰীৰ অনুমতি

উল্লেখ্য যে নাছাৰ এই লেণ্ডাৰ মিছন ২০১৮ চনত আৰম্ভ হৈছিল। ২০২২ চনত শেষ হৈছিল। চাৰি বছৰ ধৰি ই মূলতঃ মংগল গ্ৰহৰ কম্পনৰ মাত্ৰা, গতি প্ৰকৃতি সংক্ৰান্ত তথ্য লিপিবদ্ধ কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm
বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

June 28, 2026 4:36 pm
ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

June 28, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd