DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিজ্ঞানী সকলে আৱিষ্কাৰ কৰিলে ২.৯ বিলিয়ন বছৰ পুৰণি হিমবাহ, জানো আহক সকলো ৰহস্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 25, 2023 8:25 pm
950
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ আফ্ৰিকাৰ বিজ্ঞানীসকলে আফ্ৰিকাৰ সোণৰ খনিৰ ওচৰত ২.৯ বিলিয়ন বছৰ পুৰণি হিমবাহ আৱিষ্কাৰ কৰা বুলি দাবী কৰিছে। জিঅ’কেমিকেল পাৰ্চপেক্টিভছ লেটাৰছত প্ৰকাশ পাইছে এই এই কথা। 

দক্ষিণ আফ্ৰিকাৰ কাপৱাল ক্ৰেটন অঞ্চলৰ এই হিমবাহৰ নমুনাবোৰ মেছ’আৰ্চিয়ান যুগৰ পংগোলা ছুপাৰগ্ৰুপৰ অংশ বুলি ভবা হয়।

এই হিমবাহ আৱিষ্কাৰ কৰা দলটোৰ নেতৃত্বত আছিল জোহান্সবাৰ্গ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা অৰেগন বিশ্ববিদ্যালয়ৰ অধ্যাপক এক্সেল হফমেন, যিয়ে আফ্ৰিকাৰ বিশ্বৰ সৰ্ববৃহৎ সোণৰ খনিৰ ওচৰত পোৱা নমুনা বিশ্লেষণ কৰি ইয়াত আটাইতকৈ পুৰণি হিমবাহ পোৱা বুলি দাবী কৰিছিল।

গৱেষকসকলে প্ৰথমে মূল নমুনাবোৰ বিশ্লেষণ কৰি জলবায়ুৰ অৱস্থা নিৰ্ণয় কৰিছিল, যাৰ পৰা দেখা গ’ল যে শিলবোৰ জমা হোৱাৰ সময়ত ইয়াৰ জলবায়ু নিশ্চয় শীতল আছিল। দলটোৱে দাবী কৰে যে ইয়াত আটাইতকৈ পুৰণি জীৱাশ্মযুক্ত হিমবাহৰ মৰেইন আৱিষ্কাৰ কৰা হৈছে, যিটো হিমবাহে এৰি থৈ যোৱা ধ্বংসাৱশেষ।

বিজ্ঞানীসকলে বিশ্বাস কৰে যে এই হিমবাহৰ উপস্থিতিয়ে আমাক পৃথিৱীৰ জলবায়ু আৰু ভূগোলৰ বিষয়ে তথ্য দিব পাৰে। অধ্যাপক এক্সেল হফমেনে আশংকা কৰে যে সেই সময়ত পৃথিৱীখন সম্পূৰ্ণৰূপে তুষাৰপাতৰ দৰে আছিল, কাৰণ সেই সময়ত কাৰ্বন ডাই অক্সাইড আৰু মিথেন আদি গেছ কম আছিল। 

বিজ্ঞানীসকলে দাবী কৰে যে সেই সময়ত সেউজ গৃহ গেছৰ বাবে বেছিভাগ অংশই নিথৰ হৈ পৰিছিল। যদিও এই বিষয়টোৰ ওপৰত গৱেষণা এতিয়াও চলি আছে, তথাপিও কোৱা বাহুল্য যে ইয়াৰ পৰা যিকোনো সূত্ৰ ওলোৱাৰ সম্ভাৱনা আছে। 

Recent News

ৰাজ্যিক ভিত্তিত কুইজ প্ৰতিযোগিতা, বিজয়ী সকলে লাভ কৰিব বৃহৎ ধনৰ পুৰস্কাৰ

ৰাজ্যিক ভিত্তিত কুইজ প্ৰতিযোগিতা, বিজয়ী সকলে লাভ কৰিব বৃহৎ ধনৰ পুৰস্কাৰ

ঘোষণা কৰা হ’ল চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা, কৰ’নাৰ ভেকচিনৰ বাবে দুই বিজ্ঞানীয়ে জিনিলে নোবেল

ঘোষণা কৰা হ’ল চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা, কৰ’নাৰ ভেকচিনৰ বাবে দুই বিজ্ঞানীয়ে জিনিলে নোবেল

ৰাছিয়াৰ নৌসেনাৰ শীৰ্ষ বিষয়াক হত্যাৰ দাবী ইউক্ৰেইনৰ

ৰাছিয়াৰ নৌসেনাৰ শীৰ্ষ বিষয়াক হত্যাৰ দাবী ইউক্ৰেইনৰ

জালুকবাৰীৰ ৰেহাব চেন্টাৰত মৃত অৱস্থাত উদ্ধাৰ যুৱক

জালুকবাৰীৰ ৰেহাব চেন্টাৰত মৃত অৱস্থাত উদ্ধাৰ যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd