• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাৱধান! সলনি কৰক জীৱশৈলী; বন্ধ্যাত্বৰ কৱলত পৰিব পুৰুষ! চিনাক্ত বীৰ্য ক্ষতিৰ বৈজ্ঞানিক কাৰক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 28, 2023 7:24 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজ্ঞানীসকলে পুৰুষৰ শুক্ৰাণুৰ গুণগত মানত প্ৰভাৱ পেলাব পৰা প্ৰধান বিপদজনক কাৰকসমূহ চিনাক্ত কৰিছে, যিবোৰ কাৰকৰ ফলত পুৰুষৰ বন্ধ্যাত্বৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। হাংগেৰীৰ বুডাপেষ্টৰ চেমেলৱেইছ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে শুক্ৰাণুৰ পদাৰ্থৰ ক্ষতি কৰিব পৰা আটাইতকৈ বিপজ্জনক কাৰকসমূহ চিনাক্ত কৰিছে।

বিজ্ঞানীসকলৰ মতে প্ৰদূষণ, ধূমপান, ভেৰিকোচেল, ডায়েবেটিছ, অণ্ডকোষৰ টিউমাৰ আৰু বয়সৰ ফলত শুক্ৰাণু কোষৰ গুণগত মানত সৰ্বাধিক ক্ষতিকৰ প্ৰভাৱ পৰিব পাৰে।

এই গৱেষণা প্ৰতিবেদন ৰিপ্ৰডাক্টিভ বায়’লজি এণ্ড এণ্ড’ক্ৰাইন’লজী আলোচনীত প্ৰকাশ কৰা হৈছে। ইয়াত কোৱা হৈছে যে পুৰুষৰ শুক্ৰাণুৰ জিনীয় পদাৰ্থৰ খণ্ডিতকৰণত যথেষ্ট প্ৰভাৱ পেলাব পৰা কাৰকসমূহৰ ওপৰত অধ্যয়ন কৰা হৈছে।

Apply Now

লগতেঃ বিজ্ঞানৰ চমৎকাৰ! ৰ’বোটিক বেজীৰ জৰিয়তে মহিলাৰ শৰীৰত শুক্ৰাণু; জন্ম হ’ল দুটি শিশুৰ 

“অধ্যয়নটোত ডিএনএ খণ্ডিতকৰণ বিশ্লেষণ বৰ্তমান শুক্ৰাণু কোষৰ কাৰ্যক্ষমতা নিৰ্ণয়ৰ প্ৰমাণভিত্তিক পৰীক্ষা কৰা হৈছে। ইয়াত ইয়াৰ ডিএনএৰ পৰিমাণ অৰ্থাৎ শুক্ৰাণুত থকা অক্ষত বা খণ্ডিত জিনীয় পদাৰ্থৰ অনুপাত পৰীক্ষা কৰা হয়। ডিএনএ যিমানেই খণ্ডিত হয় সিমানেই শুক্ৰাণুৰ নিষেচন ক্ষমতা হ্ৰাস পায় আৰু লগতে ই বন্ধ্যাত্বৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।” চেমেলৱেইছ বিশ্ববিদ্যালয়ৰ ইউৰ’লজী বিভাগৰ এণ্ড্ৰ’লজী চেণ্টাৰৰ মুৰব্বী ডাঃ জ’ল্ট কোপাই এইদৰে কয়।

বিজ্ঞানীসকলে প্ৰায় ২৭ হাজাৰ লোকৰ পৰা বীৰ্য সংগ্ৰহ কৰি কৰা গৱেষণাৰ অন্তত এই সিদ্ধান্তত উপণীত হৈছে, যিটো বৰ্তমানলৈকে হোৱা সৰ্ববৃহৎ মেটা-বিশ্লেষণ বুলি বিবেচিত হৈছে।

বৰ্তমানৰ অধ্যয়নত গৱেষকসকলে প্ৰমাণ কৰিছে যে ধূমপান নকৰা লোকৰ তুলনাত ধূমপানে গড়ে ৯.১৯% ডিএনএৰ খণ্ডিতকৰণ বৃদ্ধি কৰিব পাৰে। ইয়াৰ উপৰিও শুক্ৰাণুৰ গুণাগুণ বৃদ্ধি বা হ্ৰাস কৰাত মদ্যপান আৰু শৰীৰৰ ওজনে কোনো গুৰুত্বপূৰ্ণ ভূমিকা পালন নকৰে।

লগতে পঢ়কঃ ৰোমহৰ্ষক… প্ৰাক্তন প্ৰেমিকসহ ১২ জন বন্ধুক চাইনাইড বিষ দি হত্যা গৰ্ভৱতী যুৱতীৰ!

ক্ল’মাইডিয়া আৰু এইচপিভিৰ দৰে কিছুমান সংক্ৰমণে শুক্ৰাণুৰ গুণাগুণৰ ক্ষতি কৰা নাছিল যদিও বেক্টেৰিয়া বা অন্যান্য যৌন সংক্ৰামক ৰোগত ডিএনএৰ খণ্ডিতকৰণ বৃদ্ধি পোৱা দেখা গৈছিল (৮.৯৮ শতাংশ আৰু ৫.৫৪ শতাংশ) বুলি কোৱা হৈছে অধ্য়য়নটোত।

পূৰ্বৰ গৱেষণাৰ মতে পশ্চিমীয়া উন্নত দেশসমূহত প্ৰজননৰ হাৰ হ্ৰাস পাইছে। প্ৰতি ছয় দম্পতীৰ ভিতৰত এজনে বন্ধ্যাত্বৰ সমস্যাত ভুগিছে। ইয়াৰ একাধিক কাৰণ আছে, আৰু এই বন্ধ্যাত্বৰ বাবে প্ৰায় ৫০% পুৰুষো দায়ী।

ডিএনএৰ খণ্ডিতকৰণৰ উচ্চ হাৰ পৰুষৰ বন্ধ্যাত্বৰ এটা মুখ্য কাৰক হ’ব পাৰে। সেয়েহে সন্তান পিতৃ হোৱাৰ বাসনা থকা পুৰুষে ধূমপান ত্যাগ, নিয়মিত শাৰীৰিক কাৰ্যকলাপ কৰা বা ব্যায়াম কৰা, অধিক স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ আদিক দৈনন্দিন জীৱনশৈলীত সংযোজন কৰা উচিত বুলি বিশেষজ্ঞসকলে সকিয়াই কৰি দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd