• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছিকিম বিধানসভাত বিৰোধীৰ আসন খালী; গণতন্ত্ৰৰ বাবে দুৰ্ভাগ্যজনক আখ্যা মুখ্য মন্ত্ৰীৰ

সাগৰ ছেত্ৰী by সাগৰ ছেত্ৰী
July 31, 2019 10:09 am
golay-assembly-sdf-750x375

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৯ জুলাই অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হৈছে ছিকিম বিধানসভাৰ বাজেট অধিৱেশন। কিন্তু এইবাৰৰ বাজেট অধিৱেশন কিছু পৰিমানে তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে কিয়নো বিধানসভাৰ বিৰোধীৰ আসন সমূহ সম্পূৰ্ণৰূপে খালী।

উল্লেখ্য যে চলিত বাজেট অধিৱেশনৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিৰোধী দল ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্ট চমুকৈ এছ ডি এফে। বিৰোধীৰ এই সিদ্ধান্তই এতিয়া বিধানসভাৰ মজিয়াৰ লগতে চৌদিশে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Apply Now

বিৰোধীৰ উপস্থিতি শূণ্য সন্দৰ্ভত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী প্ৰেম সিং তামাং(গোলে)এ দুৰ্ভাগ্যজনক আখ্য দিছে। তেওঁ কয় যে সদনৰ মজিয়াত বিৰোধীৰ দায়িত্ব নিয়াৰিকৈ পালন কৰাৰ বিপৰীতে এইদৰে উপস্থিত নথকা কাৰ্য সুস্থ গণতন্ত্ৰৰ বাবে দুৰ্ভাগ্যজনক।

মঙলবাৰে বিধানসভাত মুখ্য মন্ত্ৰীয়ে কয়, ‘বিৰোধীৰ দায়িত্ব নিয়াৰিকৈ পালন কৰাটো বিৰোধীৰ পৰা আমি বিচাৰো। কিন্তু বিধানসভাত তেওঁলোকৰ অনুপস্থিতি গণতন্ত্ৰৰ বাবে দুৰ্ভাগ্যজনক লগতে জনসাধাৰণৰ ৰায়ক অপমান’।

ইফালে বিৰোধীৰ অনুপস্থিতি সম্পৰ্কে বিভিন্ন বিতৰ্ক তথা কথা-বতৰা চলি থকাৰ সময়তে মঙলবাৰে দুজন এছ ডি এফৰ বিধায়ক বিধানসভাত উপস্থিত হোৱা কাৰ্যত আঁচৰিত হৈ পৰে সকলো। দলৰ সিদ্ধান্তৰ বিপৰীতে গৈ দুজন বিধায়ক ক্ৰমে জি টি ধুংগেল আৰু ই এম প্ৰসাদে বাজেট অধিৱেশনত অংশ লয়।

অধিৱেশনত অংশ লোৱা দুয়োগৰাকী বিধায়কে স্পষ্ট ৰূপত কয় যে জনসাধাৰণৰ হৈ যাতে আমি কাম কৰিব পাৰো তাৰ বাবেই ৰাইজে ভোট দি জয়ী কৰাইছে আৰু সেয়ে আমি বাজেট অধিৱেশনত উপস্থিত থকাৰ সিদ্ধান্ত লৈছো।

অধিৱেশন অন্ত পৰাৰ পিছত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত উজনি টাডঙৰ বিধায়ক জি টি ধুংগেলে কয় যে অধিৱেশনত অংশ লোৱা মানে এইটো নহয় যে আমি দলৰ বিৰোধিতা কৰিছো, সকলোৰে নিজা নিজা দৃষ্টিভংগী আছে।

‘আমাক ৰাইজে ভোট দি বিধানসভালৈ প্ৰেৰণ কৰিছে। সেয়ে আমি জনসাধাৰণৰ বাবে চলিত বাজেট অধিৱেশনত অংশ লৈছো’। এইদৰে কয় ধুংগেলে।

আনহাতে নামছেবঙৰ বিধায়ক ই এম প্ৰসাদেও ৰাইজৰ স্বাৰ্থৰ বাবে বাজেট অধিৱেশনত অংশ লোৱাৰ কথা স্বীকাৰ কৰে।

তেওঁ কয়, ‘দল এৰাৰ কোনো প্ৰশ্নই নুঠে। আমি অধিৱেশনত ৰাইজৰ হৈ এচ ডি এফৰ বি হিচাপে বেলেগ আসনত বহিছো। আমাৰ বিৰুদ্ধে কিবা অনুশাসনমূলক ব্যৱস্থা লয় নে নলয় সেয়া দলৰ সভাপতিৰ হাতত আছে’।

ইয়াৰ উপৰি বিৰোধী উপস্থিত নথকা কাৰ্যক সচেতন মহলৰ লগতে বিভিন্ন জনে এছ ডি এফক তীব্ৰ সমালোচনা কৰাৰ পিছতেই এই বিধায়ক দুজনে অধিৱেশনত উপস্থিত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলিও জনায়।

ইফালে দলৰ বিপৰীতে ৰাইজৰ স্বাৰ্থৰ হকে বিধানসভাৰ মজিয়াত উপস্থিত হোৱা এছ ডি এফৰ দুয়োজন বিধায়ককে ৰাজ্যৰ মুখ্য মন্ত্ৰী প্ৰেম সিঙে ধন্যবাদ জ্ঞাপন কৰে।

সাগৰ ছেত্ৰী

সাগৰ ছেত্ৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

July 3, 2026 9:08 am
গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

July 3, 2026 8:09 am
৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

নির্বাচনী সমিতিৰ পৰা বাদ পৰাত ক্ষুব্ধ মনীষ তিৱাৰী; নিৰ্বাচনমুখী পঞ্জাৱত কংগ্ৰেছ শিৱিৰত সংঘাত!

July 3, 2026 9:08 am
গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

July 3, 2026 8:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd