DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল ছেবাৰ বিষয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
September 19, 2020 8:30 am
SEBA-750x350

ছেবাৰ কাৰ্যালয়, গুৱাহাটী।

379
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ তদাৰকী তথা দুৰ্নীতি নিবাৰক শাখাই এগৰাকী ছাত্ৰীৰ মাৰ্কশ্বিটত নাম শুধৰাই দিয়াৰ নামত উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত মাধ্যমিক শিক্ষা পৰিষদ(ছেবা)ৰ এগৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষী সূত্ৰ মতে, ভিজিলেন্সে শুকুৰবাৰে ছেবাৰ সহকাৰী সচিব হেমন্ত ডেকাক উৎকোচ লোৱাৰ সময়ত হাতে-লোটে ধৰা পেলায়।

অভিযোগ অনুসৰি, ছেবাৰ বিষয়াগৰাকীয়ে শিৱ কুমাৰ ভুজেল নামৰ এগৰাকী ব্যক্তিৰ পৰা তেওঁৰ কন্যাৰ মেট্ৰিকৰ প্ৰমান পত্ৰৰ মাৰ্কশ্বিটৰ নামটো শুধৰাই দিয়াৰ বাবে ১০,০০০টকা দাবী কৰিছিল।

আনহাতে, ভুজেলে ভিজিলেন্স সঞ্চালকালয়ৰ এন্টি কৰাপশ্যন ব্যুৰোক অৱগত কৰি এখন অবিযোগ পত্ৰ দাখিল কৰে।

তেওঁ শুকুৰবাৰে উৎকোচৰ দিবলগীয়া টকাখিনি আদায় দিয়াৰ বাবে যায় আৰু ভিজিলেন্সৰ বিষয়াসকলে পৰিকল্পিতভাৱে জাল ৰচনা কৰি ৰাখে।

তাৰ পাছত উৎকোচ গ্ৰহণ কৰাৰ সময়তে গুৱাহাটীৰ ছেবাৰ কাৰ্যালয়ত ডেকাক হাতে-লোটে ধৰা পেলায়।

‘’অভিযান সফল হয় আৰু পৰিকল্পনা অনুসৰি আদায় দিবৰ বাবে ৰখা মুঠ ৮,০০০টকা অভিযুক্তৰ পৰা জব্দ কৰা হয়,’’-এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়।

Recent News

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

দাম কমিব বিস্কুট, ঘি আৰু চুলিত ঘঁহা তেলৰ, কিন্তু এতিয়া নহয়,কেতিয়া?

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd