• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অবিশ্বাস্য,কিন্তু…৬৪ বছৰ বয়সত NEET উত্তীৰ্ণ হৈ মেডিকেল পাঠ্যক্ৰমত নাম ভৰ্তি কৰিলে এই জন লোকে!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 27, 2020 7:38 am

2 min read

a bank
388
VIEWS
Share on FacebookShare on Twitter

জীৱনত কোনো কথাতেই বয়স বাধা হ’ব নোৱাৰে।

সেই কথা পুনৰবাৰ প্ৰমাণ কৰি দিলে ওড়িশাৰ  বাৰগড় জিলাৰ আটাবিৰাৰ অৱসৰপ্ৰাপ্ত বেংক কৰ্মচাৰী জয় কিশোৰ প্ৰধানে।

সৰুৰে পৰা চিকিৎসক হোৱাৰ মন আছিল প্ৰধানৰ।

কিন্তু প্ৰথমবাৰ চেষ্টা চলাই তেওঁ মেডিকেল পাঠ্যক্ৰমত নাম ভৰ্তিৰ সুযোগ পোৱা নাছিল।

আশা পূৰণ নোহোৱাকৈয়ে জয় কিশোৰ প্ৰধানে বেংক অৱ ইণ্ডিয়াত চাকৰি পালে। পৰিয়াল চলাবলৈ চাকৰি এটাৰ প্ৰয়োজন হোৱা বাবে তেওঁ চাকৰিত যোগদানো কৰিলে।

এনেদৰে বেংকত চাকৰি কৰি তেওঁ ডেপুটি মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰি এটা সময়ত অৱসৰো গ্ৰহণ কৰিলে।

অৱসৰৰ পিছতে জয় কিশোৰ প্ৰধানে তেওঁৰ সৰুকালৰ আধৰুৱা সপোণ পূৰণ কৰাৰ মন মেলিলে।

সেই মৰ্মে তেওঁ NEET পৰীক্ষাত অৱতীৰ্ণ হ’ল আৰু যোগত্যাও অৰ্জন কৰিলে।

দেশত NEET পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে সৰ্বোচ্চ বয়স কিমান হ’ব তাকে লৈ উচ্চতম ন্যায়ালয়ত এটা গোচৰ চলি আছে। গোচৰটোৰ ৰায়দান নোহোৱাৰ বাবে এতিয়া যিকোনো বয়সৰ লোকেই NEET ত বহিব পাৰে।

NEET ত বহি মেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ যোগ্যতা অৰ্জন কৰা জয় কিশোৰ প্ৰসাদে শেহতীয়াকৈ বীৰ সুৰেন্দ্ৰ সাই ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স এণ্ড ৰিচাৰ্ছ মেডিকেল কলেজত এমবিবিএছৰ প্ৰথম বাৰ্ষিকত নাম ভৰ্তি কৰিছে।

মেডিকেলৰ ডিগ্ৰী সম্পূৰ্ণ হওতে তেওঁৰ বয়স প্ৰায় ৭০ বছৰ হ’ব। সেই বয়সত তেওঁ চৰকাৰী চাকৰি নাপালেও ব্যক্তিগত ভাবেই ৰাইজৰ সেৱা কৰি যাব বুলি প্ৰধানে সাংবাদিকৰ আগত প্ৰকাশ কৰিছে।

Recent News

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

WhatsApp Image 2021-01-24 at 9.08.34 PM

মিছা কথাৰে শাসন ক্ষমতা দখল কৰা বিজেপি চৰকাৰ কৃষক, শ্ৰমিক, দুখীয়া ৰাইজৰ পক্ষত নাই : গৌৰৱ গগৈ

Screenshot_20210124_172110

কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আছুৰ; আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd