• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চীনক গোপন তথ্য যোগান! : নতুন দিল্লীত সাংবাদিকসহ এগৰাকী চীনা মহিলা আৰু নেপালী লোকক গ্ৰেপ্তাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 19, 2020 7:11 pm

2 min read

arrest-2
756
VIEWS
Share on FacebookShare on Twitter

শত্ৰু ৰাষ্ট্ৰ চীনক প্ৰতিৰক্ষা সংক্ৰান্তীয় গোপন তথা স্পৰ্শকাতৰ তথ্য যোগানৰ অভিযোগত নতুন দিল্লীত এগৰাকী সাংবাদিকসহ তিনি গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে।

দিল্লী আৰক্ষীৰ বিশেষ শাখাই সাংবাদিক ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

ইফালে শনিবাৰে ভুৱা সংস্থাৰ জৰিয়তে সাংবাদিক ৰাজীৱ শৰ্মাক মোটা অংকৰ ধন দিয়াৰ অভিযোগত এগৰাকী চীনা মহিলা আৰু এজন নেপালী সহযোগীকো গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীৰ বিশেষ শাখাই।

দিল্লী আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বৰ্ষীয়ান সাংবাদিক ৰাজীৱ শৰ্মাই চীনা চোৰাংচোৱাক ভাৰতৰ নিৰাপত্তা সম্পৰ্কীয় গোপন তথা স্পৰ্শকাতৰ তথ্য যোগান ধৰি আহিছে।

Freelance journalist Rajeev Sharma (pic 1) arrested under Official Secrets Act for passing sensitive information to Chinese intelligence. A Chinese woman & her Nepalese associate also arrested for paying him large amounts of money routed through shell companies: Delhi Police pic.twitter.com/8cDHbwcFtB

— ANI (@ANI) September 19, 2020

গোপন সূত্ৰে এই খবৰ নিশ্চিত কৰাৰ পিছত যোৱা সোমবাৰে দিল্লী আৰক্ষীৰ বিশেষ শাখাই ফ্ৰীলান্স সাংবাদিক গৰাকীক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে মংগলবাৰে সাংবাদিক গৰাকীক আদালত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁক ছদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

ইতিমধ্যে আৰক্ষীয়ে সাংবাদিক ৰাজীৱ শৰ্মাৰ লেপটপ, মোবাইল আদিও বাজেয়াপ্ত কৰিছে।

সাংবাদিক গৰাকীৰ মোবাইলৰ কল লিষ্টৰ যোগেদি দিল্লী আৰক্ষীৰ বিশেষ শাখাই আজি চীনা মহিলা গৰাকীৰ সৈতে নেপালী সহযোগী গৰাকীক গ্ৰেপ্তাৰ কৰে।

শনিবাৰে দিল্লী আৰক্ষীয়ে জনাইছে যে সাংবাদিক ৰাজীৱ শৰ্মাই চৰকাৰী গোপনীয় তথ্য চীনা চোৰাংচোৱাক যোগান ধৰি আহিছিল। সেয়ে তেওঁক অফিচিয়েল ছিক্ৰেট এক্ট অৰ্থাৎ চৰকাৰী গোপনীয়তা আইনৰ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে।

চীনা মহিলা আৰু নেপালী সহযোগী গৰাকীয়ে ভুৱা সংস্থাৰ নামত সাংবাদিক ৰাজীৱ শৰ্মাক মোটা অংকৰ ধনৰ যোগান ধৰিছিল বুলি দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰিছে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd