• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুৰক্ষা বাহিনীৰ অভিযানত আটক চাৰিগৰাকী এন এছ চি এন কেডাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 27, 2020 5:58 pm

1 min read

NSCN-R-1140x570

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

3.2k
VIEWS
Share on FacebookShare on Twitter

অসম আৰু নাগালেণ্ডত পৃথক পৃথক অভিযানত সুৰক্ষা বাহিনীয়ে চাৰিগৰাকী এন এছ চি এনৰ কেডাৰক আটক কৰে।

আটকাধীন বিদ্ৰোহী সংগঠনৰ সদস্য কেইগৰাকীৰ ভিতৰত দুগৰাকী এন এছ চি এন (আই এম) আৰু দুগৰাকী এন এছ চি এন(কে) গোটৰ।

সুৰক্ষা বাহিনীৰ সূত্ৰ অনুসৰি ৰাজু ব্ৰামো নামৰ এন এছ চি এন (আই এম)ৰ কেডাৰ গৰাকীক শুকুৰবাৰে তিনিচুকীয়া জিলাৰ লালপাহাৰৰ পৰা আটক কৰা হয়।

আটকাধীন ৰাজু ব্ৰামোৰ পৰা এটা .২২ এম এম পিষ্টল আৰু কিছু পৰিমাণে সজীৱ গোলা বাৰুদ জব্দ কৰা হয়।

আন এটা পৃথক অভিযানত নয়াবোৰ কোনয়াক ওৰফে নেউপা নামৰ এন এছ চি এন (আই এম)ৰ জেষ্ঠ কেডাৰ এগৰাকীক বৃহস্পতিবাৰে যোৰহাটৰ তিতাবৰত আটক কৰা হয়।

সুৰক্ষা বাহিনীয়ে পহৰা দিয়া স্থানৰ পৰা পলাবৰ চেষ্টা কৰাৰ সময়তে দুৰ্ধৰ্ষ কেডাৰ গৰাকীক আটক কৰে সুৰক্ষা বাহিনীৰ জোৱানে।

জেষ্ঠ এন এছ চি এন (আই এম)কেডাৰ গৰাকীৰ পৰা এটা আমেৰিকাত নিৰ্মিত পিষ্টলৰ লগতে দুটা মেগাজিন জব্দ কৰে।

আনহাতে, ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ যুটীয়া অভিযানত নাগালেণ্ডৰ মন জিলাৰ য়চিঙত আন দুগৰাকী এন এছ চি এন (কে) কেডাৰ আটক হয়।

আটকাধীন এন এছ চি এন (কে) কেডাৰ দুগৰাকী চাৰ্জেণ্ট কাবাটো চেমা আৰু চাৰ্জেণ্ট ল’কিভি চেমা বুলি চিনাক্ত কৰা হয়।

সুৰক্ষা বাহিনীৰ দলটোৱে দুয়োগৰাকী কেডাৰৰ হাতৰ পৰা এটা .৩২ এম এম পিষ্টল, দহ জাই সজীৱ গুলী আৰু ২৫,০০০ টকা জব্ধ কৰিবলৈ সক্ষম হয়।

Recent News

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

a pak

ৰিক্সাত উঠি ঘূৰি ফুৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে, ৰহস্য কি? চাওঁক ভিডিঅ

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নিয়ন্ত্ৰণ ৰেখাত নিহত তিনিজন পাকিস্তানী উগ্ৰপন্থী, ভাৰতীয় সেনাৰ চাৰিজন জোৱান আহত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd