• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাষ্ট্ৰীয় খেল পুৰস্কাৰৰ নিৰ্বাচন সমিতিত ক্ৰিকেটাৰ সেহৱাগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 1, 2020 11:54 am

1 min read

ৰাষ্ট্ৰীয় খেল পুৰস্কাৰৰ নিৰ্বাচন সমিতিত ক্ৰিকেটাৰ সেহৱাগ
206
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে ক্ৰীড়া মন্ত্ৰ্যালয়ে ৰাষ্ট্ৰীয় খেল পুৰস্কাৰ ২০২০ৰ বাবে ১২ জনীয়া এখন নিৰ্বাচক সমিতি গঠন কৰি দিয়ে।

এই সমিতিত প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দৰ সেহৱাগ আৰু প্ৰাক্তন হকী খেলুৱৈ চৰদাৰ সিঙক অন্তৰ্ভু্ক্ত কৰিছে।

ন্যায়াধীশ মুকুন্দকম শৰ্মা এই সমিতিৰ অধ্যক্ষ বুলি মন্ত্ৰ্যালয়ৰ জাৰি কৰা বিজ্ঞপ্তিৰ জৰিয়তে জানিব পৰা যায়।

সমিতিৰ সদস্য সকল হৈছে সেহৱাগ (ক্ৰিকেট), চৰদাৰ (হকী), মনালিছা বৰুৱা মেহতা (টেবুল টেনিছ), দীপা মালিক (পেৰা এথলেটিকছ) আৰু ভেংকাটাছন দেৱৰাজন (বক্সিং)।

ইয়াৰ উপৰি ধাৰা ভাষ্যকাৰ মনীষ বটাৱিয়া, ক্ৰীড়া সাংবাদিক আলোক সিনহা আৰু নীৰু ভাটিয়াও এই সমিতিত আছে।

ক্ৰীড়া মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ মহানিৰ্দেশক সন্দীপ প্ৰধান, ক্ৰীড়া বিভাগৰ যুটীয়া সচিব এল এছ সিং আৰু টাৰ্গেট অলিম্পিক প’ডিয়াম (টপছ) যোজনাৰ চি ই অ’ ৰাজেশ ৰাজাগোপালন এই সমিতিত থাকিব।

দ্ৰোণাচাৰ্য পুৰস্কাৰৰ বাবে অধ্যক্ষই দুজন অতিৰিক্ত সদস্যক সমিতিত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা আছে।

উল্লেথ্য যে এই সমিতিখনে ৰাজীৱ গান্ধী খেল ৰত্ন, দ্ৰোণাচাৰ্য পুৰস্কাৰ, ধ্যানচন্দ পুৰস্কাৰকে ধৰি আন আন পুৰস্কাৰৰ বাবে বিজয়ীসকলৰ নাম নিৰ্বাচিত কৰিব।

কিম্বদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মদিন উপলক্ষ্যে প্ৰতিবছৰে ২৯ আগষ্টত এই বঁটাসমূহ প্ৰদান কৰি অহা হৈছে।

Recent News

USA-TIKTOK/BYTEDANCE

উত্তৰত সন্তুষ্ট নহয় কেন্দ্ৰ; চিৰদিনৰ বাবে নিষিদ্ধ হোৱাৰ পথত TikTokকে ধৰি ৫৯টা চীনা এপ

WhatsApp Image 2021-01-26 at 9.33.43 AM

শাৰীৰিক সম্পৰ্ক স্থাপনত ৰাজী নহ’ল ষষ্ঠ পত্নী; সপ্তম পত্নীৰ সন্ধান ৬৩বছৰীয়া বৃদ্ধৰ

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

santosh babu

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd