• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গৰুৰ গাখীৰ বিক্ৰী কৰি এক কোটি টকাৰ ব্যৱসায় এইগৰাকী যুৱতীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2020 7:40 pm
1584863587_1 Feb

শিল্পী সিনহা

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যদি আপোনাৰ কাম কৰাৰ প্ৰৱল ইচ্ছা থাকে তেন্তে সকলো কঠিন কামেই সহজ হৈ পৰে। আজি আমি পঢ়ুৱৈসকলক তেনে এগৰাকী নাৰীৰ বিষয়ে জনাম যিয়ে সকলো বাধা অতিক্ৰম কৰি আজি সমাজত নিজকে সফলৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

সংবাদ মাধ্যমৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হোৱা এইগৰাকী নাৰী হৈছে শিল্পী সিনহা। শিল্পীয়ে এককভাৱে ব্যৱসায় আৰম্ভ কৰি কোনেও কল্পনা কৰিব নোৱাৰা সফলতা লাভ কৰি যুৱ প্ৰজন্মক প্ৰেৰণা যোগাইছে।

Apply Now

শিল্পীয়ে কি ব্যৱসায়ৰ জৰিয়তে ব্যাপক সফলতা লাভ কৰিছে সেই বিষয়ে জনাৰ আগতে আমি তেওঁৰ বিষয়ে কিছু কথা জনাব বিচাৰিছো।

শিল্পী সিনহা ঝাৰখণ্ডৰ দালটংগাণ্ড জিলাৰ বাসিন্দা। তেওঁ নিজ চহৰৰ পৰিৱৰ্তে পঢ়িবলৈ গৈছিল বাংগালুৰুলৈ আৰু তাতে তেওঁ নিজৰ ব্যৱসায়ৰ আইডিয়া লাভ কৰিছিল।

বাংগালুৰুত শিক্ষাগ্ৰহণ কৰি থকাৰ সময়ত শিল্পীয়ে নিৰ্ভেজাল গাখীৰ লাভ কৰাৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিল।

এই সমস্যাৰ গভীৰতা উপলব্ধি কৰিয়েই শিল্পীয়ে গৰুৰ গাখীৰৰ ব্যৱসায় আৰম্ভ কৰাৰ চিন্তা-চৰ্চা কৰে। ব্যৱসায় আৰম্ভ কৰাৰ সময়ত শিল্পীয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল যদিও এই সমূহক আওকান কৰি আগবাঢ়ি যায়। আৰু যাৰ বাবে শিল্পী আজি ৱ্যৱসায়ত সফল।

শিল্পীৰ বাবে ব্যৱসায় আৰম্ভ কৰাটো ইমান সহজ নাছিল। কাৰণ এই ক্ষেত্ৰত তেওঁক কোনো লোকে সহায়ৰ বাবে আগবাঢ়ি অহা নাছিল। ৰাতিপুৱা তিনি বজাতে উঠি গৰুৰ খাদ্য আনিবলৈ পথাৰলৈ গৈছিল।

ৰাতিপুৱা তিনি বজাত এগৰাকী যুৱতী পথাৰলৈ যোৱাটো সুৰক্ষাৰ দিশৰ পৰা চাবলৈ গ’লে ইমান সহজ নাছিল। সেয়ে শিল্পীয়ে পথাৰলৈ যোৱাৰ সময়ত নিজৰ সুৰক্ষাৰ বাবে লগত লৈ গৈছিল এখন চুৰি আৰু জালুকৰ গুৰীৰ স্প্ৰে।

ঝাৰখণ্ডৰ হোৱা হেতুকে শিল্পীয়ে কানাড়া আৰু তামিল ভাষা নাজানিছিল। এই ভাষা দুটা নাজানিলেও কিন্তু তেওঁৰ ব্যৱসায়ত ইয়ে কোনো প্ৰভাৱ পেলাব পৰা নাছিল।

মাত্ৰ ১১ হাজাৰ টকাৰে ২০১৮ চনত আৰম্ভ কৰা গাখীৰৰ ব্যৱসায়ে আজি এক কোটি অতিক্ৰম কৰিছে। তেওঁৰ কোম্পানিটোৰ নাম হৈছে ‘দ্যা মিল্ক ইণ্ডিয়া কোম্পানি’।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

শীৰ্ষত অসম! বিজেপি শাসিত বহু ৰাজ্যত বিদ্যালয় এৰাৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ বেছি, কেন্দ্ৰৰ পৰিসংখ্যাত উদ্বেগ

July 31, 2026 10:31 am
পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd