DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত বিশ্ব পৰ্যটন দিৱস উপলক্ষে ‘পৰ্যটন আৰু নিয়োগ’ বিষয়ক আলোচনা চক্ৰ সম্পন্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 30, 2019 6:57 am
WhatsApp Image 2019-09-29 at 5.55.26 PM

ফটো : নৰ্থইষ্ট নাও

1.2k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বৰ লগতে অসমতো বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় বিশ্ব পৰ্যটন দিৱস। উজনি অসমৰ অন্যতম পৰ্যটনস্থলী শিৱসাগৰ জিলাৰ আমগুৰিত বিশ্ব পৰ্যটন দিৱস উদযাপন কৰা হয়।

শিৱসাগৰ জিলা পৰ্যটন কাৰ্যালয়ৰ উদ্যোগত আমগুৰি মহাবিদ্যালয় প্ৰেক্ষাগৃহত বিশ্ব পৰিবেশ দিৱসৰ এই বছৰৰ আলোচ্য বিষয় “পৰ্যটন আৰু নিয়োগ”ৰ ওপৰত এক গুৰুত্বপূৰ্ণ আলোচনাচক্ৰ অনুষ্ঠিত হয়।

অনুষ্ঠানত কেৰিয়াৰ কন্সালটেণ্ট ৰঞ্জন কুমাৰ বৰুৱা, ফুড ক্ৰাফ্ট ইনষ্টিটিউট চামগুৰিৰ ফেকাল্টি প্ৰবাল শৰ্মা বৰদলৈ, শিৱসাগৰ জিলা সহকাৰী পৰ্যটক তথ্য বিষয়া মাধৱ দাস, ট্যুৰিষ্ট গাইড এচোছিয়েশ্যন শিৱসাগৰ জিলাৰ সভাপতি তথা ট্যুৰিষ্ট গাইড গৌতম হীৰাৰ লগতে আমগুৰি মহাবিদ্যালয়ৰ প্ৰবক্তা আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

মূলত: এই আলোচনাচক্ৰত জিলাখনত পৰ্যটনৰ সম্ভাৱনা থকা স্থানসমূহৰ সৰ্বাংগীন উন্নয়নৰ লগতে নৱপ্ৰজন্মৰ মাজত পৰ্যটন ক্ষেত্ৰত নিয়োগ সন্দৰ্ভত বিশিষ্ট ব্যক্তিসকলে বক্তব্য আগবঢ়ায়।

বিশ্ব পৰ্যটন দিৱস উপলক্ষে যোৱা ২৭ ছেপ্টেম্বৰত জিলা পৰ্যটন কাৰ্য্যালয়ৰ উদ্যোগত শিৱসাগৰ নগৰৰ বৰপুখুৰী পাৰত থকা  ললিত ৰাজখোৱা উদ্যানত এক স্বচ্ছতা অভিযান চলোৱা হয়।

উক্ত অভিযানত উদ্যান খনৰ চৌহদ সহকাৰী পৰ্যটন তথ্য বিষয়া মাধৱ দাসৰ নেতৃত্বত পৰ্যটন কাৰ্য্যালয়ৰ কৰ্মচাৰী সকলে চাফ-চিকুণ কৰে।

Recent News

Indian Railway একাপ ২০টকাৰ চাহত ৫০ টকা GST! বিল দেখি চকু কপালত ৰে’লযাত্ৰীৰ; কি ক’লে ভাৰতীয় ৰে’লেৱেই?

Indian Railway একাপ ২০টকাৰ চাহত ৫০ টকা GST! বিল দেখি চকু কপালত ৰে’লযাত্ৰীৰ; কি ক’লে ভাৰতীয় ৰে’লেৱেই?

Noney landslide: নোনেৰ ভয়াৱহ ভূমিস্খলন; এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক

Noney landslide: নোনেৰ ভয়াৱহ ভূমিস্খলন; এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক

Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd