• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিসম্বাদ নহয়, মুকলিকৈয়ে ওলাই আহিল ৰাজেন গোঁহাই! মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিদ্ৰোহ, নতুন দল গঠনৰ উকমুকনি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2024 1:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত বিভাজন ঘটিব শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ! বিজেপিক বিভক্ত কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা পুৰণি বিজেপি নেতা ৰাজেন গোহাঁইৰ নেতৃত্বত গঠন হ’ব পাৰে এক নতুন ৰাজনৈতিক দল। ডিমৌ সমষ্টিৰ বকতাৰ নেমুগুৰিত দলৰ পুৰণি কৰ্মীৰে অনুষ্ঠিত এক অনুষ্ঠান এই ইংগিত দিছে বৰ্তমান দলৰ মজিয়াত এলাগী জ্যেষ্ঠ নেতাগৰাকীয়ে।

অনুষ্ঠানত অংশ লৈ ৰাজেন গোহাঁইয়ে ভাৰাতীয়া নেতা লৈ বিজেপিয়ে মুখ্যমন্ত্ৰী পতা বুলিও মন্তব্য কৰে। তেওঁ বিজেপি দল গঠন কৰাত পালন কৰা ভূমিকাৰ বিষয়ে উল্লেখ কৰি বৰ্তমানৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰে।

Apply Now

অগপ-কংগ্ৰেছৰ পৰা অহা নেতাই বিজেপিত পুৰণি নেতা-কৰ্মীক এলাগী কৰি তোলা বুলি পুনৰ এবাৰ প্ৰকাশ কৰে গোহাঁইয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৫০ হাজাৰ কোটি টকা ঋণ লৈ নাটক বাজী কৰি ফুৰিছে আৰু অসমীয়াই ভিক্ষাৰীৰ দৰে অৰুণোদয়ৰ পিছে পিছে দৌৰি আছে বুলিও মন্তব্য কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

লগতে পঢ়কঃ নদীৰ সৈতে নদীৰ সংযোগ! পৰিৱেশবিদৰ সতৰ্কবাণীক আওকাণ কৰি মোদীৰ পদক্ষেপ

তেওঁ কেৱল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকেই সমালোচনা কৰি ক্ষান্ত হোৱা নাই। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সমালোচনা কৰে ৰাজেন গোহাঁয়ে। ইয়াৰ সমান্তৰালভাৱে গোহাঁয়ে আঞ্চলিক দলৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে।

তেওঁ কয়, সম্প্ৰতি অসমত অসম গণ পৰিষদ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল আদি আঞ্চলিক দল আছে যদিও এই দলসমূহে অসমৰ সমগ্ৰ জনগণক আকৰ্ষণ কৰিব নোৱাৰে। আঞ্চলিক দলসমূহে কেৱল থলুৱা অসমীয়াক প্রতিনিধিত্ব কৰাৰ বিপৰীতে বঙালী, বিহাৰী, মাৰোৱাৰী আদি লোকক আকৰ্ষণ নকৰে আৰু তেওঁলোকক আঞ্চলিক দলৰ মজিয়ালৈ আনিবলৈ কোনেও চেষ্টা কৰা নাই বুলিও তেওঁ মন্তব্য কৰে।

ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় দলসমূহে সদায় অসমীয়া, বিহাৰী, বঙালী আদিৰ মাজত সংঘাত বিচাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে সকলো শ্ৰেণীৰ লোককে ৰাষ্ট্ৰীয় দলে আকৰ্ষণ কৰে। সেয়ে ৰাষ্ট্ৰীয় দলসমূহে ইয়াৰ সুযোগ গ্রহণ কৰি আছে।

লগতে পঢ়কঃ বিৰাট বিতৰ্ক! ছেম কনষ্টাসক খুন্দিয়াই বিপদত কোহলি; নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে আইচিচিৰ!

প্রাক্তন কেন্দ্রীয় মন্ত্ৰীজনৰ মন্তব্য পাছতেই তেওঁৰ নেতৃত্বত আঞ্চলিক দল গঠনৰ সম্ভাৱনা প্ৰৱল হৈ পৰা বুলি ধাৰণা কৰা হৈছে। ইফালে এক সূত্ৰৰ মতে, একাংশ পুৰণি বিজেপি আৰু আৰএছএছৰ নেতা-কৰ্মীক লৈ ৰাজেন গোহাঁইৰ নেতৃত্বত এটা আঞ্চলিক দল গঠন কৰাৰ পূৰ্ণ যো-জা চলিছে। গোহাঁইৰ নেতৃত্বতে ‘সাৰ্বজনীন ঐক্যমঞ্চ’ নামৰ এটা আঞ্চলিক দল গঠন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd