DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙাইগাঁৱৰ গেৰুকাবাৰীত কেঁকো সাপসহ সাতজনক আটক

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
March 30, 2022 1:46 pm
বঙাইগাঁৱৰ গেৰুকাবাৰীত কেঁকো সাপসহ সাতজনক আটক
170
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাৰ অন্তৰ্গত গেৰুকাবাৰী আৰক্ষী পহৰা চকীৰ আৰক্ষীয়ে শেহতীয়াকৈ এডাল কেঁকো সাপসহ সাতজন ব্যক্তিক আটক কৰে ৷

এক নিৰ্ভৰযোগ্য সূত্ৰৰ পমখেদি গেৰুকাবাৰী আৰক্ষীয়ে আটক কৰা লোককেইজন হ’ল ধেমাজি জিলাৰ জোনাই থানাৰ অন্তৰ্গত ৩ নং ৰায়াঙৰ মামুন বৰগয়াৰী ( ৩২) , ওদালগুৰি জিলাৰ খৌৰাং আৰক্ষী থানাৰ অন্তৰ্গত ৰণেন্দ্ৰপুৰৰ শ্যাম পৰিয়াৰ (৩২), চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত উত্তৰ ৰৌমাৰীৰ চন্দন বড়ো (২৬ ), ঢালিগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰৰ ৰমজান আলী (৫২), চিৰাঙৰ ৰুণীখাতা থানাৰ অন্তৰ্গত দেৱৰবিলৰ ৰহম আলী (৫৪), বিজনী থানাৰ অন্তৰ্গত এলেংমাৰীৰ তালেব আলী (৬১) আৰু বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত ১ নম্বৰ জামদহাৰ ছোহৰাব আলী(৫৬) ৷

আৰক্ষী সূত্ৰে প্ৰকাশ কৰা মতে ধেমাজিৰ জোনাই থানাৰ অন্তৰ্গত ৩ নম্বৰ ৰায়াঙৰ মামুন বৰগয়াৰীয়ে কেঁকো সাপডাল মিজোৰামৰ পৰা বিক্ৰীৰ বাবে আনিছিল ৷

আৰক্ষীয়ে অভিযুক্ত লোককেইজনৰ পৰা ৭ টা মোবাইল হেণ্ডছেট, এএছ ১৯ কে ০৭৪৪ আৰু এ এছ ২৬ ই ৪০৩০ নম্বৰৰ দুখন মটৰ চাইকেল আৰু নগদ ৪,০৭০ টকা জব্দ কৰিছে৷ জানিব পৰা মতে ব্যক্তিকেইজনে কেঁকো সাপডাল কেইবা লক্ষাধিক টকাত বিক্ৰী কৰাৰ বাবে আনিছিল যদিও আৰক্ষীয়ে খবৰ লাভ কৰি অসামৰিক পোচাকত উপস্থিত হৈ হাতে- লোটে আটক কৰে ৷ আটকাধীন লোক কেইজনক পিচত আৰক্ষীয়ে কেঁকো সাপসহ বন বিভাগৰ হাতত গতাই দিয়ে ৷

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd