DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত পুনৰ এগৰাকী ক’ৰ’না আক্ৰান্তৰ মৃত্যু; ২৪ ঘণ্টাত ১৫ গৰাকী ক’ৰ’না পজিটিভ, মুঠ মৃত্যু-৪, আক্ৰান্ত-১১৫

গুৱাহাটীত নতুনকৈ ৭ গৰাকী ক'ৰ'না পজিটিভ

কল্পজ্য়োতি শইকীয়া by কল্পজ্য়োতি শইকীয়া
May 18, 2020 11:34 pm
8329 persons cured of COVID-19 in Assam
2.6k
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীত পুনৰ ৭ গৰাকী ব্যক্তি ক’ৰ’নাত আক্ৰান্ত হৈছে। আক্ৰান্ত ৭ গৰাকী লোকৰ ভিতৰত দুৰ্ভাগ্যৱশত এগৰাকী লোকৰ মৃত্যু হৈছে বুলি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব টুইটাৰযোগে জনায়।

গুৱাহাটীত নতুনকৈ ক’ৰ’না আক্ৰান্ত ৰোগী কেইজনৰ ৩ গৰাকী সৰুসজাই কোৱাৰেণ্টাইন কেম্পৰ হোৱাৰ বিপৰীতে ৩ গৰাকী ফাঁচিবজাৰৰ আলু গুদামৰ ওচৰৰ কণ্টেইনমেণ্ট জ’নৰ সৈতে সম্পৰ্কিত বুলি জানিব পৰা গৈছে।

মৃত্যু হোৱা লোকজনৰ শৰীৰত মৃত্যুৰ পাছত কৰা ক’ৰ’নাৰ পৰীক্ষাতহে ক’ৰ’না পজিটিভ ধৰা পৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত মৃত্যু হয় লোকজনৰ।

গুৱাহাটীত নতুনকৈ ক’ৰ’নাত আক্ৰান্ত ৭ গৰাকী লোকক ধৰি বৰ্তমানলৈ অসমত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১১৫ গৰাকীলৈ বৃদ্ধি পাইছে।

আনহাতে, বিগত ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যত মুঠ ১৫ গৰাকীকৈ ব্যক্তি ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে এগৰাকী লোকৰ মৃত্যু হৈছে।

আজিৰ দিনটোত গুৱাহাটীত ৭ গৰাকী, গোলাঘাটত ৪ গৰাকী, কাছাৰত ২ গৰাকী, নগাঁও আৰু যোৰহাটত এগৰাকীকৈ লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

তদুপৰি ৰাজ্যত ৪১ গৰাকী লোকে ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যুৰ সংখ্যা চাৰি গৰাকীলৈ বৃদ্ধি পায়।

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd