• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ প্ৰথমটো সম্প্ৰসাৰণ; কোনে কি দপ্তৰ পালে, কোনে কি হেৰুৱালে?

হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ পৰা নাইকিয়া হ'ল গুৱাহাটী উন্নয়ন দপ্তৰ!

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
June 9, 2022 5:05 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্পন্ন হ’ল মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ প্ৰথমটো সম্প্ৰসাৰণ।

কেবিনেটত অন্তৰ্ভূক্ত হ’ল দুগৰাকী মন্ত্ৰী ক্ৰমে নন্দিতা গৰ্লোচা আৰু জয়ন্ত মল্ল বৰুৱা।

লগতে সাল-সালনি হ’ল কেইবাটাও দপ্তৰৰ মন্ত্ৰী।

Apply Now

নতুন মন্ত্ৰী সম্পূৰ্ণ তালিকা তলত উল্লেখ কৰা হ’ল :

হিমন্ত বিশ্ব শৰ্মা: মুখ্য মন্ত্ৰী, গৃহ, পাৰ্চনেল, লোক নিৰ্মাণ, বিতৰণ নোহোৱা দপ্তৰসমূহ।

ৰঞ্জিত কুমাৰ দাস: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, সাধাৰণ প্ৰশাসন বিভাগ।

অতুল বৰা: কৃষি, উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা, সীমান্ত উন্নয়ণ, অসম চুক্তি ৰূপায়ণ দপ্তৰ।

উৰ্খাও গৌৰা ব্ৰহ্ম: হস্ততাঁত আৰু বস্ত্ৰশিল্প, ভূমি সংৰক্ষণ, বড়োলেণ্ড কল্যান দপ্তৰ।

চন্দ্ৰমোহন পাটোৱাৰী: পৰিবেশ আৰু বন, এক্ট ইষ্ট পলিচি পৰিক্ৰমা, সংখ্যালঘু কল্যান দপ্তৰ।

পৰিমল শুক্লবৈদ্য: পৰিবহণ, মীন, আৱকাৰী দপ্তৰ

কেশৱ মহন্ত: স্বাস্থ্য আৰু পৰিয়াল কল্যান, চিকিৎসা শিক্ষা আৰু গৱেষণা, বিজ্ঞান আৰু প্ৰযুক্তি, তথ্য আৰু প্ৰযুক্তি দপ্তৰ।

ৰণোজ পেগু: শিক্ষা (উচ্চ, মাধ্যমিক আৰু প্ৰাথমিক), জনজাতি কল্যান, খিলঞ্জীয়া জনজাতীয় বিশ্বাস আৰু সংস্কৃতি (পুথিভঁৰাল আৰু সংগ্ৰহালয় সঞ্চালকালয়) দপ্তৰ।

অশোক সিংহাল: গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন দপ্তৰ।

পূৰ্বে অশোক সিংহাল গুৱাহাটী মহানগৰ উন্নয়ন দপ্তৰৰ দায়িত্বত আছিল যদিও হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ পৰা নাইকিয়া হ’ল গুৱাহাটী উন্নয়ন দপ্তৰ।

যোগেন মহন: ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য অঞ্চল উন্নয়ণ দপ্তৰ।

সঞ্জয় কিষান: চাহ জনজাতি কল্যান আৰু শ্ৰমিক কল্যান দপ্তৰ।

অজন্তা নেওগ: বিত্ত, মহিলা আৰু শিশু উন্নয়ণ দপ্তৰ।

পীযুষ হাজৰিকা: জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰ।

বিমল বৰা: উদ্যোগ আৰু বাণিজ্য, সাংস্কৃতিক পৰিক্ৰমা আৰু ৰাজহুৱা উদ্যোগ দপ্তৰ।

নন্দিতা গৰ্লোচা: শক্তি, সমবায়, খনি আৰু খনিজ সম্পদ, খিলঞ্জীয়া জনজাতীয় বিশ্বাস আৰু সংস্কৃতি দপ্তৰ।

জয়ন্ত মল্ল বৰুৱা: জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা আৰু পৰ্যটন দপ্তৰ।

নতুনকৈ গঠন হ’ল- খিলঞ্জীয়া জনজাতীয় বিশ্বাস আৰু সংস্কৃতি, মহিলা আৰু শিশু উন্নয়ণ।

বিলুপ্ত হ’ল গুৱাহাটী উন্নয়ণ বিভাগ। 

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

August 31, 2026 1:54 pm
লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

August 31, 2026 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd